পৃষ্ঠা:হেমকোষ.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উপৰোধ ১১৭ উপস্থ। উপৰোধূ, স. শ. (সং, উপ, উপস.+ৰুধু, বাধ কৰ) অনুৰোধ, কোনো কাৰ্য্য কৰি- বৰ নিমিত্তে কৰ ভৰসা, recominend- ation. উপল, স. শ. (সং, উপলঘন বা উল্লজন, নমনা। আজ্ঞ-ভঙ্গা বা তুচ্ছ কৰা কাৰ্য্য; যেনে, উৰি লোকৰ কথা উপলা নকৰিবা, disobclicnee, contempt. উপলব্ধ, বি. (সং. উপলব্ধ—উপ, উপস.+ ল', পামনেৰে বুজা, অনুভূত, unle"- stoel, known উপলব্ধি, স, শ, অনুমান, এটা কথা দেখি আন এটা কথাৰ বিষয়ে হোৱ জ্ঞান; যেনে, এইবিলাক কথাৰ পৰা এইটো 49f , perception, or inference, উপলক্ষ, স. শ. (সং. উপলক্ষ-উপ, উপস. + লক্ষ, চিন্ ) লোকক দেখোৱা কাৰণ, ছল; যেনে, দুষ্ট মানুহে উপলক্ষ পালেই ইচ্ছা পূৰ কৰে, অৱলম্বন, আশ্ৰয়, ১stsite reason, a liretence, stay, a prop. উপলক্ষে, আ, অব্য, কাৰণে, নিমিত্তে; যেনে, বিয়াৰ উপলক্ষে শহিছে, or the উপবে, স. শ. { সং. উপৱেদ-উপ, সামান্থ +ৱেদ, শাস্ত্ৰ) সামান্য বেদ, অৰ্থাৎ, দৰব, বণ, গীত, বা শিল্প বিদ্যা বিষয়ৰ শ্য, a minor Veda; a work on military- art, nedieine, music or mechanice. উপবেশ, দ. স. (সং. উপবেশন--উপ, উপস. + বিশ, সোম) বহু কাৰ্য, অসন লোৱা কাৰ্য, the act of sitting, উপশব্দ, স. শসংজ্ঞা-শব্দে বুজোৱা বস্তুৰ আকৃতি-পৰিমাণ আদি বুজাবলৈ ব্যৱহৃত শব্দ; যেনে, খান, খানি, ইত্যাদি, particle pat after a noun to denote: The size, shape, &c., of the things expresseri hy the nomi. উপশম, বি. (সং. উপশম --উপ, উপস, শ, স্থিৰ হ) হাঁস-পোৰ, এ-ধৰা; কম-পৰা, (নৰিয়া বা দুখত খাটে }; যেনে, জৰ উপশম হৈছে, lelaxel, jat:- tical, abate. উপশান্তি, বি. (সং. উপশান্ত –উপ, উপস, +শ, স্থিৰ হ) উপশম, হাস-হোৱা, climinished, relaxed, alatel (as pain. or distres). উপশান্তি, স. শ. ( সং. উপশান্তি—উপ, উপস. +শম, স্থিৰ হ) হাস, মূনতা, কম, ( নৰিয়া বা দুখত খাটে); dumi nution, abatement (raid of pain or distress). উপসংহাৰ, স. শ. { সং. উপসংহাৰ~-উপ, উপস.+সংহাৰ, নাশি) শেষ, অন্তু, শেহা- 89, conclusion, end, উপসৰ্গ, স. শ. (সং. উপসৰ্গ--উপ, উপস- + সৃজ, সৃষ্টি কৰ, সাজু) ক্ৰিয়া বা সংজ্ঞা শব্দৰ আগতু থকা প্ৰ, পৰা, আদি কথা; ৰোগ; কোনো এটা ৰোগ হলে তাৰ পৰা হোৱা আন পীড়া; যেনে, জাৰ লগত হোৱা মূৰৰ বিষ, বাতি; অহনীৰ লগৰ ফন্দিয়া; ইত্যাদি, a prefix, a disease, a discase that naturally accompanies another. উপস্থ, স.. শ. এস. উপস্থ-উপ, উপস.+ purpose of. উপবন, স. শ. (সং. উপবন---উপ, উপস. + বন্, হাৰি) ৰোৱা গছৰ হাবি, বাড়ী, a grove, a garden. উপবা, স. শ. (সং. উপ-উপ, উপস, + ৱ, থাক্‌} লগোন, অনাহাৰ; ব্ৰত, a fast, abstinence from food, drink, sexual intercourse, &c., as a reli- gious mortification. উপবাসী, বি. (স. উপসী) পথঘনীয়, অনাহাৰী, fasting. উপবাসে, ক্ৰি. বি. লঘোনে। উপবিষ্ট, কদ, বি. (সং. উপৱিষ্ট-~-উপ, উপস. + ৱিশ, সোমা) বহ, বহি থকা, seated. উপৱীত, স. শ. ( সৎ, উপৱীত-উপ, উপস, +ৱী, প্ৰকাশ কৰ) গুণ, the saeed thread worn by the three first classes of the Hindus,