পৃষ্ঠা:হেমকোষ.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উৎসাহ। ১১১ উদাঁত অনেকে গোট খাই ভোজন আৰু ৰং কৰে; যেনে, বিহু আদি, melry-making, a festival, jubilec. উৎসাহ, স. শ. { সৎ.. উৎ, উপস+স, সঙ্ক কৰ কামত ৰঙ্গেৰে নিযুক্ত হোৱা গুণ, কাৰ্যত বিৰক্ত নহৈ তালৈ আগবঢ়া গুণ; কাম কৰিবলৈ সাহ দিয়া কাৰ্য্য, zeal, ardour, encouragement. উৎসাহাৰি, বি. (সৎ, উৎসাহ, ঐ + অম্বিত, যুক্ত। উৎসাহ-যুক্ত, zealous. উৎসাহিত, বি. উৎসাহ পোয়া, উদগোৱা; যেনে, লৰাক পঢ়িবলৈ উৎসাহিত কৰা, encouraged, incited. উৎসাহী, বি. কামত ৰং পোৱা, উদ্যোগী, 4017| Cat, zealous, active. উৎসুক, বি. (সং. উৎ, উপস, সু, উৎ- পন্ন কৰা) উৎসাহী, কামলৈ বঙ্গেৰে otstabt, zealously active. উথপথপ, স. শ. (সং. উৎখনি, ওপৰলৈ উঠা) লৰালৰি, খৰখেদা, hurry, bustle. উথান্, স. শ. (সং. উত্তোলন, ওপৰ উঠা) তাপ ওপৰলৈ ওলি উঠা, কাৰ্য, boiling or bubbling up. উতীয়, বি. { অং. উ, ন+তীয়া, দাঁত থকা) প্ৰথমবাৰৰ কঁাত সৰি নকৈ দাত নগজা, { গৰুত খাটে); lot changing the first teeth. (said of cattlo.) উদ, স. শ. (সৎ, উ, এবিধ জন্তু) এবিধ নেল-জাতিৰ মাছ-খোৱা জন্তু, all otter. উদ, স. শ. (সং. উদক– উন্দ, তিয়া পানী, water, উদগণি, স, শ, (অৎ, উদগা, উৎসাহ দি ) উৎসাহ দিয়া বা কোনো কাৰ্য কৰিবলৈ • উদগোৱা কাৰ্য্য, উচটনি, the art of inciting or urging on. উদগা, স. . (সং. উদ্যোগ, উৎসাহ) উৎসাহ দি, প্ৰবৃত্তি দি, to incite, to urge on. উদ, বি. (স” উদয়, ওলোৱা) মুকলি, ঢাকন নথকা; যেনে, টাটী ভাগি বাৰী উদ হল; আবদ্ধ-নোহোৱা, মুক্ত; যেনে, গৰুবোৰ উদং হল; শূন্য, শুদা; যেনে, মানুহ নথকা ঘৰ উদং; open, let covered,; free; empty. উদং-মূৰীয়া, বি. (অং. উদ, মুকলি + মূৰ, গাৰ অঙ্গ) শুদা-মূৰীয়া, মূৰত আৰণ নথকা; ওপৰঞ্চি নথকা, স্বতন্ত্ৰ, স্বাধীন, having no covering on the head, free, independent. উদৎ-মূৰে, ক্ৰি. বি. মুকলি-মূৰে, স্বাধীন- ভাৱে, freely; without restraint. উদঙ্গীয়া, বি. ৰখীয়া নোহোৱাকৈ মেলি দিয়া; যেনে, উদীয়া গৰু, ৰখীয়া বা গৰাকী নথকা; যেনে, উদীয়া বাৰী, let loose witliont an attendant; having no owner or keeper. উদণ্ড, বি. (সং. অদণ্ড, শান্তি নথকা) শাসন নথকা, বাধা-কৰোতা না; যেনে, উদণ্ড হলে লৰা গুচে; অধিকাৰৰ বাধা নমনা, আপোন ইচ্ছাৰ দৰে ঢল; যেনে, সি উদও, কাৰৰ কথা শুনে, leaving no restraint or control; self-willed, disobedicnt. উদয়, স. শ. (সং. উদয়-উৎ, ওপৰলৈ +ই, গতি ক) এহৰ ওপৰলৈ গতি বা ওপৰলৈ উঠি অহা কাৰ্য; যেনে, সূৰ্য্যৰ উদয়; কোনো শুভৰ উৎপত্তি; যেনে, ভাগ্যৰ th, the rising of the stun, stars &c; an occurence of any good. বি. উদিত, ওলোৱা; যেনে, সূৰ্য উদয় হৈছে, এইটো ভাব মনত উদয় নহল, rising, coining into view. উদয়-গিৰি, স. শ. (সং, উদয়গিৰি, উদয়া- চল-~~-উদয়, ঐ+ গিৰি, অচল, পৰ্বত) ৰাতিপুৱা সূৰ্যে পাৰ হৈ ওলাই অহা পৰ্বত, the eastern mountain over which the sun is supposed to rise. উদব, স, শ. (সং. উদৰ—উৎ, ওপৰ +4, গতি কৰ; আহাৰৰ দ্বাৰা উঠে বা ওফলে, এতেকে পেট, the belly, উৰ্দা, বি. (অ, উ, ন+ত, দন্ত) সঁাত উদয়াচল,"}