পৃষ্ঠা:হেমকোষ.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উদ্ৰাৱল উৎসৱ উজ্জাৱল, বি. (সং. উত্তৰল, বৰ পাতল) চঞ্চল, অস্থিৰ; যেনে, উত্ৰাৱল মন; ডেও- পৰা, দমিব নোৱৰা; যেনে, উত্ৰাৱল লৰা; এতেকে, কোনো কাৰ্য কৰিবলৈ বৰব্যৰ্থ; যেনে, তেওঁ বিদেশ চাবলৈ উদ্ৰৱল হৈছে, unsteadly; mcontrollable; eagerly wishing to do some thing. উথাপন, ক. স. (সং. উৎপাপন-উৎ, উপস.+ স্থা, থাক্‌) কথা ভোলা কাৰ্য্য, উক্তি, প্ৰস্তাৱ; যেনে, সেই কথাৰ উৎ- y otrat Ofiget, proposal; mention. উৎথাপি, কদ, বি. তোলা, প্ৰস্তাৱিত, mentioned in the course of con- versation; proposed. উৎথি, কদ, বি. (সং. উৎথিত-উৎ, ওপৰ+ স্থা, আক) উঠা, risen, উৎনিয়া, স, শ, তুচ্ছজ্ঞান, অৱহেলা, disregard. . উৎপত্তি, স. শ(সং. উৎপত্তি-উৎ, উপস, +প, যা } জন্ম, উদ্ভৱ হোৱা, iiirth, piraductiou. উৎপতীয়া, বি. (সং. উৎপাত, অদ্ভুত অশুভ-বুজোৱা, ominous, fore-telling evil. উৎপ, স. শ. ( সং. উৎপন্ন ) লাভ, আৰ্জন, gain, income. উৎপন্ন, বি. (সং. উৎপন্ন-উৎ, ওপৰ+ পদ, গতি কৰ} ওপজা, হোৱ, loor), produceth. স, শ, নাত, আৰ্জন, gan, income, wealth acquired. পল, স. শ. {সং. উৎপল-উৎ, উপস. + প, গভেট ফুল, a water lily. উৎপাট, কদ, স. (সং. উৎ, উপস.+ পাট, গতি কৰা) উভলা, নষ্ট কৰা বা খনা TÍT, destruction; the act of pulling up by the root or digging up. উপাটি দ. বি. উভালি পেলোৱা, নাশ 41, pulled up by the root, ruined, destroyed. উৎপাত, স, শ, (সং. উ%, উপস,+ পা, পেলা) সদায় নোহাৱা কথাৰ ঘটনা, অদ্ভুত, আগলৈ অমঙ্গল হবৰ চিন; উত্ত off, a portent, an ill omen; out- rage. উৎপাদ, কদ, স. (সং. উৎ, উপস.+পদ, গতি ক) উৎপন্ন কৰোতা, জন্মাওঁ, one who or that which produces. (স্ত্ৰী) উৎপাদিকা। উৎপাদ, কদ, স, জনম দিয়া বা উৎপন্ন 1 lít, the act of producing or generating, উৎপাদিত, কদ, বি. জন্ম দিয়া বা উৎপন্ন

  • T), produced, affected.

উৎপাৰ, স. ধা, (সং. উৎপাটন, নিৰ্ম্মল, কৰণ) উবাৰ কৰ, উচ্ছন্ন কৰ; যেনে, মাউৰে Sto se Hyaca, to lay waste to (levastate. অ, ধ. দকৈ খানি তলৰ মাটি ওপৰ কৰ; যেনে, ভেঁটিখানি উৎপাৰি Carca, to dig up, to make deep excavations. উৎপ্ৰেক্ষা, স, শ, (সং. উৎ, উপস+, উপস. +ইক্ষ, দেখ ) কবিত ৰিজোৱা বস্তুৰ গুণ বঢ়াই দেখাবৰ নিমিত্তে কৰা তুলনা; যেনে, পাৰ্বতীৰ ভৰি এনেহে ৰঙ্গা আছিল, যে তেওঁ যত খোজ দিছিল, সেই ঠাইৰ মাটিয়েও স্থলপদ্মৰ বৰণ পাই- ছিল। ইয়াত পাৰ্বতীয়ে খোজ দিয়া মাটিও স্থলপৰ নিচিনা হৈছিল, এইটো উৎ- cet; aty, iu poetry) height- ening the virtne or quality of a person or thing by comparing him or it to something else; cnmparison in gencral. উৎসৰ্গ, স. শ. (সং. উৎ, উপস.+ সৃজ, এৰ) মন্ত্ৰ মাতি দেৱতা বা ব্ৰাহ্মণক কৰা দাম; সমৰ্পণ, presenting any thing to a god or Brahman with prope: ccre- monies. 7. . 55st, to make a present of with proper ceremonies. উৎসৱ, স, শ. (সৎ, উৎসৱ-উৎ, উপস+ যু, জনম দি) আনন্দ হোৱা কাম, যি কাৰ্য্যত উচ্চ