পৃষ্ঠা:হেমকোষ.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উগ্ৰ উচাৰ, উএ, বি. (সং. উচ, গোট খা) চোকা; জলা; তপত; ভয়ানক; মিঠুৰ; খাল; প্ৰবল, বলৱন্ত, sharp, pungent; hot, terrible, fierce, savage, violcnt, strong . উকপাল, স. শ. (সং, উগ্ৰ, বলী+ কপাল, ভাগ্য। বৰ সৌভাগ্য, very good fortune. উগ্ৰকপালী, বি. বৰ ভাগ্যৱন্ত, ডাঙ্গৰ কপ- 1, very fortunate. উগ্ৰগন্ধ, স. শ, { সং. উগ্ৰ, চোকা+ গন্ধ, ঘ্ৰাণ } নাকত বৰকৈ ধৰা গন্ধ, a strongg smell. উগ্ৰগন্ধী, বি. চোকা গন্ধ যুক্ত, strong smel- ling, উগ্ৰতা, গু, শ. উগ্ৰ গুণ, প্ৰবলতা, fiercess, violence. উৰুদ্ধি, স. শ. {সং. উগ্ৰ, ঢাকা। বুদ্ধি, বুজিব পৰা শক্তি) চোকা বুদ্ধি, very sharp intellects. উগ্ৰমূৰ্ত্তি, স. শ. (সং, উগ্ন, ভয়ানক+মূৰ্তি আকাৰ ভয়ানক আকাৰ, a terrible appearance. F. Ertaf, terrille. উগ্ৰশান্তি, স. শ. (সং. উগ্ৰ, নিষ্ঠুৰ + শাস্তি, দণ্ড) নিষ্ঠুৰ দও, যাতনা, a very cruel puuishment, torture. উগ্ৰসে, স, শ, { সং. উগ্ৰ, ভয়ানক+ সেনা, কটক) কস আৰু দৈৱকীৰ বাপেক মথুৰাৰ ৰজা, a king of Matl tra anil father of Kansa. উঘ, স, শ, (সং. উদঘৰ্ষণ, হi) এবিধ সৃত মেৰোৰ সঁজুলি, a kind of recl for winding thread on. স. ধা, উঘাত 'মেৰা, to wind in the autove, উচট্ট, অ, ধা. (সং. উৎসাহ, কাৰ্য্যলৈ আগ- বঢ়া) উৎসাহ হ; কোনো কাৰ্য কৰিবলৈ বৰ ইচ্ছুক হ; যেনে, দেশ চাবলৈ মন উচটিছে, লোকে কৰা প্ৰশংসাত মন বঢ়া হ, বা ওফলি পৰ; যেনে, লোকৰ কথাত উচটা জ্ঞানীৰ উচিত নহয়, to be incited, to be puffed up by flattery. উচটনি, স, শ. ( অং, উচট, উৎসাহ দি ) উদগনি; উচটোৱা কাৰ্য্য; মিছা প্ৰশংসা, incitement, flattery. উচটা, স. বা. উৎসাহ দি, কোনো কাৰ্য্য কৰিবলৈ মন বঢ়াই দি; মিছা প্ৰশংসাৰ দ্বাৰা মন বঢ়া বা ওফন্দা, to incite, to persuade, to pull up by flattery, উচৰ্গ, স. শ. “উৎসৰ্গ” শব্দৰ অপভ্ৰংশ। উচৰ্গ, স. ধা, মন্ত্ৰ মাতি দান কৰ, to rnake a present of with proper ceremonies. উচল, বি. { যা ওৱাচিল দিয়) সমূলি আদায়; যেনে, অমুকৰ খাজনা উচল হল; অন্ত, শেষ, সাঙ্গ, wifully realizcd, paid np, del, finishcu. উচলা, বি. (সং, উচ্চলন, ওপৰলৈ গতি কৰা) ওপৰলৈ উঠা, দাখেৰ; দৃষ্ণা; উজলা, 11p-raised, pront. উচ-পাচশ, স. শ. (সং. উলন, ওপৰলৈ জাপ মৰা + পাচল, অনুক, } আনন্দত অস্থিৰ, উল্লাসত আতশ আনন্দিত, highly deliglitext. উচ-পাচকৈ, ক্ৰি. বি. ৰ', মনেৰে বেগাই মায়োজন কৰি; যেনে, শাহুৱেকে উচল পাচলকে জোৱায়েকলৈ ভাত ৰান্ধিলে, making preparation with great delight. উচাট, স, শ, {সং. উচ্চণ্ড, খঙ্গাল ) হঠাত খং কৰি থিয় হোৱা কাৰ্য্য, the act of getting up in suelden anger. উচাটু-মাৰ, হঠাত খং কৰি উঠ, (ইয়াৰ ই-ভাগান্ত কৃদন্ত ক্ৰিয়া “ যা। সাধ ক্ৰিয়াৰ আগত থাকে; যেনে, তেওঁ উচাট মাৰি গল), to sudenly get, } in angor. উচাপ, স. শ. অকস্মাত ভয় পাই মৰা গাৰ contesta, a start from sudden fright. উচাপ-খা, ভয় পাই গা জোকাৰ মাৰ; যেনে, মেঘৰ ঢেৰেকনি শুনিলে লৰাই উচাপ খায়, to start, to be frightened. উচাৰ, স. বা. সং. উচ্চাৰণ, মাতন) উচ্চাৰণ $4, ate, to utter.