পৃষ্ঠা:হেমকোষ.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উকমুকা ১০৪ উ বোধ, ঘাম কালি নতুন বই সোমাব নোৱৰা ঠাইত নিশ্বাসৰ লগত তপত বতাহ সোমাই উশাহ নিৰোধ কৰা বোধ, a suffocating sensation caused by heat and want of fresh air. উমুকা, অ, ধা, (অং. উকমুক্‌ নিশ্বাস বন্ধ ) নতুন বতাহৰ অভাৱত তাপৰ দ্বাৰা উশাহ নিৰুদ্ধ যেন হৈ দুখ পা, to have a suffocating sensation owing to heat and want of fresh air. উকমুকীয়া, স. শ. (অং. উমুকা, ঐসপো- নত ভয়, বা বুকত হেঁচি ধৰা যেন, বোধ হৈ ভাকৈ ফুটা মাতেৰে মৰা চিঞৰ; সি এটা ভূত বুলি খ্যাত, the nightmare, supposal to be an evil spirit.. উখনা-উখনি, স. শ. (অং. বখা, বৰ্ণনা কৰ } বাদ বিবাদ, কথাৰ বিবাদ, বাচ্যা- alfot, an altereation, a dispute. উখৰা, বি. (সং. উষৰ, খৰাং মাটি) নীৰ, শুকান, সাৰ নথকা, খৰাং (মাটিত খাটে); যেনে, উখৰা মাটিত শস্য নহয়; খাল, dry, poor (said of land) hot tempered. উথলী, স্. শ. {সং, উখল; হিং. উথলী, উল) ধান বনা খুবলি, উল, a block of stone or wood with a depressiou in the centre for cleaning rice with a foot pestle, a wooden inortar. উখল-মাখল, স. শ. ( অং.) খৰ খেদা কৰাত হোৱা জুলহুল, bustle, hurried, activity. , উথহ, অ, ধা. { অং. ওখ, উচ্চ-+হ, জন্ম ) বিষৰ দ্বাৰা ওফ, বেদনাত মঙ্গহ উঠ Be *, to swell, উখা, স. শ. { সং. উখ্য, সিজোৱা } অলপকৈ পানীত সিজা; যেনে, লৰা মহৰ উখাই spytat caty, to slightly boil in water only. উখা-মুখ, বি. (যাৎ, খ মখা, হঠাত) নেচাই, নিচিন্তি কাম কৰা, উতনুৱা; যেনে, ৰজাৰ গুৰিলৈ উখা-যুখা মানুহৰ যোৱা অযুত, ভালকৈ গমি চাই ঠিক নকৰা;যেনে,ডাঙ্গ লোকৰ আগত উখামুখা কথা কব নেলাগে, rash, inconsiderate, not well consi- dered and ascertained. উখা-মুখাকৈ, ক্ৰি. বি. হঠাত, নেচাই নিচিন্তি, বিবেচনা নকৰাকৈ, rashly, inconsi- derately . উখুম, অ. . (সং. উষ্ণ, তপত) গাপলাগি দুৰ্গন্ধ হ, বতাহ নোপোৱাকৈ থকাত ভেকুৰি g; to be mouldy, and stinking, to be musty. উখোৱা, কদ, বি. এস. উথ্য; বিজোৱ} সি- জোৱা ধান শুকাই তাৰপৰা কৰা, rict, made from paddly, boiled and dried before trusking. স. শ. সিজাই শুকোৰ 8177 5a, rice made from paddy, boiled and dried before busking. উগাৰ, স. শ. (সং. উবি, পেটৰ পৰা মুখেদি বাজ কৰা) পেটৰ পৰা মুখেদি ওলোৱা ot, a beloh, eructation. 27. 1. (469 পৰা মুখেদি বায়ু, উলিয়া, উগাৰ-মা; to lycle. ম. ধা. মনত থকা পুৰণি খৰ কথা প্ৰকাশ কৰ; যেনে, সি সেই দলৰ কথা Irface, to give expression to (cherished ill-lecling). উগাছা, পেটত থকা পুৰণি খঙ্গৰ কথা প্ৰকাশকৈ ক; যেনে তাক যি অপকাৰ কৰিছিল, তাৰ এতিয়া সি উগাৰ-ছাৰিছে, to give expression to cherislıcd ill-feeling উগাৰ-মাৰ, মুখেদি বায়ু তোল, উগাৰ, to belch, to ornefate. উণ্ড-থুগুল, স. শ. (সং. উন্ন, ওপৰলৈ উঠা + থুগুল, অনুৰূ, } মনৰ উদ্বেগ, মনৰ অস্থিৰতা, চিন্তা, anxiety, sorryvv. বি. উদ্বিগ্ন, চিন্তিত, anxious, sorry. উগ, স. শ. {সং. উগ্ৰ, প্ৰবল) শাম্য হৈ থকা ৰোগৰ পুনৰ বৃদ্ধি; গুপ্ত হৈ থকা কোনো কথাৰ পুনৰ প্ৰকাশ, সদায় " দি” ধাতুৰ ক্ৰিয়াৰে যোগ হয়); যেনে, আঁৱৰীয়ে উগ দিয়ে, খঙ্গে উগ দিছে, a fit, a paroxysm.