পৃষ্ঠা:হেমকোষ.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইঙ্গিত ১০০ ইপৰীয়া আন এটা যেন দেখোৱা বিদ্যা, Jng-- glery, magic. ইন্দ্ৰজিত, স. শ. (সং. ইন্দ্ৰ, স্বৰ্গৰ ৰজ+ জিত, জয় কৰোতা) ৰাণৰ পুতেক মেঘনাদৰ নাম, এবিধ গাত লতাৰ নিচিনা ফুল থকা ভাঙ্গৰ সাপ, tlie name of a son of Ravana; a species of Boa. ইন্দ্ৰদ্যুম্ন, স. শ, উড়িয্য দেশৰ এজনা বজাৰ নাম, তেওঁৱেই জগন্নাথৰ মূৰ্ত্তি স্থাপন Pfafsal, the name of a king of { Orissa who set up the idol of Joggornath. ইন্দ্ৰপুৰি, স. শ. (সং. ইন্দ্ৰ, দেৱতাৰ বজা+ পুৰি, নগৰ। ইন্দ্ৰৰ নগৰ, স্বৰ্গ; এতেকে অতি উত্তম নগৰ বা ঘৰ-বাৰী, Indra's heaven; a very beautiful city or a palace. ইন্দ্ৰপ্ৰস্থ, স. শ. পাওবিলাকৰ নগৰ, পুৰণি fiat, the ancient Deli where the Pandovas reigncıl. ইন্দ্ৰবংশী, বি. (সং. ইন্দ্ৰৱংশীয়, ইন্দ্ৰৰ বংশৰ) ইন্দ্ৰব বংশত জাত, clonging to the lizce of India , মালতী, স. শ. ( সং, ইন্দ্ৰ + মালতী, এবিধ ফুল) বাবৰি শাৰ জাতিৰ এবিধ শন আৰু তাৰ ফুল, a species of love, the chrysanthemum. . ইন্দ্ৰযৰ , স. শ. (সং. ইন্দ্ৰ, কুটজ গছ + যৱ, গুটি) কুটজৰ গুটি, the sect of the Wriglitica ante-dysenterica. ইলো, স. শ. (সং, ইন্দ্ৰ, স্বৰ্গৰ ৰজা -Fলোক, স্থান) স্বৰ্গ, fuclra's heavet. ইন্দ্ৰাণী, স. শ. ইন্দ্ৰৰ ভাৰ্য্য, শচী, the wife of India. ইলি, স. শ. (সং. ইন্দ্ৰ +আলয়, ঘৰ) 44 94, the abode of Indra. ইন্দ্ৰিয়, স. শ. (সং. ইন্দ্ৰিয়—ইন্দ্ৰ, আত্মা; আখাই যাক কষ্টেৰে হে দমন কৰে) গাৰ সিবিলাক ভাগৰ দ্বাৰ মানুহে কাম কৰে বা মানুহৰ বোধ জন্মে সেইবিলাক গাই- পতি একোটা ইন্দ্ৰিয়। ইন্দ্ৰিয় চৈধ্যটা, আৰু সিহঁতৰ তিনি শ্ৰেণী; যেনে, চকু, কাণ, নাক, জিভ আৰু ছাল, এই পাছে- টাৰ দ্বাৰা বোধ জন্মে, এতেকে ইহঁতৰ নাম জ্ঞানেন্দ্ৰিয়; নিশ্বাসৰ নলীৰ ওপৰৰ ভাগ { বা বাগ্যন্দ্ৰ }, হাত, ভৰি, মলৰ দ্বাৰ আৰু লিঙ্গ বা যোনি, এই পচোটাৰ দ্বাৰা কৰ্ম্ম হয়, এতেকে ইহঁত কৰ্ম্মেন্দ্ৰিয়, আৰু মন, বুদ্ধি, অহঙ্কাৰ, চিত্ত, এই চাৰিটাক অন্তৰেন্দ্ৰিয় বোলা যায়, all organ of sense or action, লিঙ্গ আৰু যোনিয়ে সন্তান উৎপত্তিৰ কাৰ্য্য কৰে, এতেকে সিই- তক জননেন্দ্ৰিয়বিলাকৰ লগত লেখা যায়। “জননেন্দ্ৰিয় ” চোৰা। an organ of scuse or action, such as the cyc, nosc, car, &c. ইন্দ্ৰিয়-সুখ, স. শ. ( সং. ইন্দ্ৰিয়সুখ, ইন্দ্ৰিয়ৰ সন্তোষ ) চকু, জিভ, কাণ, নাক, ইত্যা- দিয়ে পোৱা সন্তোষ বা তৃপ্তি, sisual pleasures. ইন্দ্ৰিয়সুখাভিলাসী, বি. {সং. ইন্দ্ৰিয় সুখা- ভিলাসি, ইন্দ্ৰিয়সুখ-ৰা কৰা~-ইন্দ্ৰিয়- সুখ, ঐ +অভিলাসিন, বাঞ্ছা-ক) ইন্দ্ৰিয় সুখ-বিচৰ, সকলো প্ৰকাৰ শৰীৰৰ সুখত ৰত; যেনে, ইন্দ্ৰিয়সুখাভিলাসী হব নে- atsi, sensual, voluptuous. . *. ইন্দ্ৰিয়সুখ-বিচাৰোতা”; যেনে, ইন্দ্ৰিয়- সুখাভিলাসীৰ সদগতি নহয়, a senstal na, (ী) বি. স. শ. ইন্দ্ৰিয়সুখাচ্ছি- লাসিনী। ইন্দ্ৰিয়-দম, স. শ. (সং. ইন্দ্ৰিয়দমন, ইন্দ্ৰিয়- বিলাকক বশ-কণ—ইন্দ্ৰিয়, চকু, কাণ, জিভা, ইত্যাদি। দমন, বশ-কৰণ ) ইন্দ্ৰিয়- বিলাক প্ৰবল হৈ বেয়া কামত প্ৰবৃত্ত . নোহাৱাকৈ ৰাখন, etontrol over the organs of the body, self-control, restraint of the orgaus of sense. ইন্দ্ৰিয়-দোষু, স. শ, {সং. ইন্দ্ৰিয়দোষ, ইন্দ্ৰিয়ৰ পৰা হোৱা পাপ-ইন্দ্ৰিয়, ঐ + দোষ, কুকৰ্ম্ম,} ইন্দ্ৰিয়ৰ পৰা হোৱা কুকৰ্ম্মৰ bel, evil propensity, cvil desire. ইপৰীয়া, বি. (অ, ই, এই+ পাৰ, কঁাতি;