পৃষ্ঠা:হেমকোষ.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জা ইলুটি সিটি কৰা, ধৰফৰণি, tossing about in min, restlessness. , স, ধা. { সং, ই, বাঞ্ছা কৰ) বাঞ্ছ, কামনা কৰ; যেনে, ঈশ্বৰে ইচ্ছিলে সকলো হয়, to wish, to desire. ইচ্ছ, স, শ. (সং. ই, বাঞ্ছা কৰ) বাঞ্ছ, aty, wislı, ilesire. ইচ্ছুক, বি, ইচ্ছা কৰা, বাঞ্ছা কৰা, যি ইচ্ছা

  1. 69, desirous.

ইজা, স. শ. (ফাৎ ) এ পাতৰ পৰা আন পালৈ নিয়া মুঠ অঙ্ক, the figures brought over to another page. ইটা, স. শ. { সং, ইষ্টক; বং. ইট, ঘৰ সাজি- নিমিত্তে পোৰা মাটি ) পকা ঘৰ সাজিবৰ নিমিত্তে পোৰা মাটিৰ চপৰা; a brick, ইট-খলি, স. শ. (অ. ইটা, ঐ+খলি, খাল) ইটা সজা ঠাই, at lyrick-tield. “ইটা- শালি” এনেও হয়। ইটাগুড়ি, স. শ. ( অং. ইটা+ গুড়ি, খুন্দি মিহি কৰা বস্তু) ধূলি কৰা ইটা; ৰঙ্গা- বৰণীয়া এবিধ মাছ খোৱা চৰাই, lyrick- dust, a bird of raildish color. ইটাগুড়ীয়া, বি. { অং. ইটা+গুড়ি, খুন্দি মিহিকৈ ভঙ্গা বস্তু) ইটাৰ গুড়িৰ নিচিনা ৰঙ্গচিয়া বৰণৰ, reddish. ইটি, বি. সৰ্ব. ( অ, ই, এই + টি, উপস.) এইটি; (ওচৰত থকা সৰু বা আদৰৰ মানুহ বা বস্তুত খাটে); this, (said of a small or lovely person or thing). ইটো, বি. সৰ্ব, (অং. ই+টো, উপস.) এইটো, ওচৰত থকা কোনো বস্তু বা মানু- হক বুজায়, this. ইত, বি. (সং. ই, বাঞ্ছা + তৃ, পাৰ হ} সামান্য, নীহ, lov, vile. ইতৰ-বিশেষ, স. শ. {সং. ইতৰ, সামান্য + বিশেষ, প্ৰধান) বেলেগ, প্ৰভেদ, difference. ইতলা, স, শ. (ফা) অধিকাৰক জাননি ( দিয়া পল, পেট, a report. “এল।” এমনও হয়। ইতি, ক্ৰি. বি. (সং, ইতি, এই, শেষ ) এই; ইয়াতে অন্ত, this; here is the end. ইতিকিং, স. শ. {সং. ইতি; এই + কি, কি, ই কি?) তুচ্ছ কৰণ, উলাই কৰি ইহা কাৰ্য, পৰিহাস, a joke, a jest, ridi- eule. “বিগত" চোৱা। ইতিমধ্যে, ক্ৰি. বি. (সং. ইতি, এই+মধ্যে, মাজত) ইয়াৰ মাজ, এই কথা হৈ থাকোঁতেই, সেই সময়তে, in the meali time, meanwhile. ইতিহা, স. শ. (সং. ইতিহ, আগৰ পৰা চলি অহ) পুৰণি কথা; সাধু কথা; বুৰঞ্জী, a history, a story. ইত্যাদি, ক্ৰি. বি. { সং. ইতি+ অদি, আগ ) এইবিলাককে আদি কৰি, A., and st) fort, বি, এইবিলাকেই গদি থকা; যেনে, মই, গ, ঘ, ইতাদি বস্তু, and other. . ইদানীক, ক্ৰি. বি. (সং. ইদানী, এতিয়া) এতিয়া, এই কালত, low, at present. ইদানীন্ত, বি. (স. ইদানীং } এতিয়া, if the present time, moulern. ইন্দিব, স. শ. (সং. ইন্দিৰ, লক্ষ্মী + ইন্দীব, বৃ, বৰণ কৰ) কলাবৰণীয়া প, নীল পদ্ম, ( ইয়াৰ দ্বাৰা লক্ষ্মীয়ে বিষ্ণু বৰিছিল, এই কাৰণ সেই নাম হৈছে); the blue lotus. ইন্দু, স, শ. (সং. উন্ন, ভিজা) চন্দ্ৰ, শশী, contar, the moon. ইন্দুৰ, স. শ. (সং. ইন্দুৰ—উ, ভিয়া। এবিধ গাতত থকা শলিয়া, এন্দুৰ, ti'at. ইন্দ্ৰ, স. শ. (সং. ইন্দ্ৰ-ই, শক্তিমন্ত হ) দেৱতাৰ ৰজা, স্বৰ্গৰ অধিপতি, alie kir of the gods, the Ilindu Jore. এই শব্দ পুংলিঙ্গ শব্দেৰে যুক্ত হৈ ৰজা বা শ্ৰেষ্ঠ বুজায়; যেনে, নৰেন্দ্ৰ, ৰজা; গজেন্দ্ৰ, ভাঙ্গৰ বা শ্ৰেষ্ঠ হাতী বা হাতীৰ ৰজা; মৃগেন্দ্ৰ, জন্তুৰ ৰজা, সিংহ, ইত্যাদি। ইন্দ্ৰজাল, স. (সঃ, ইন্দ্ৰ, বোধ শক্তি + জাল, মেই ধৰা ফাল) ভেলেকী, এটা বস্তুক