পৃষ্ঠা:হেমকোষ.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আলাবাদু আল-পৈচান আলাবাহু, বি. (অ, আ, নাগ, আৱ- শুক হ+বাদু, গুটিৰ বাকলি) একো কামৰ যোগ্য নোহোৰা, অপাত্ৰ, অশুৱনি, humdrum, ngly. আলাহ স. শ. (সং. আলস্য, কামলৈ অনিচ্ছা)এলাহ, সৰপালি, slotli, laziness, আলি, স. শ. (সং. অল, বাধা কৰ, পানী যোত বাধা জন্মায়, এতেকে পথাৰত পানী ৰাখিবৰ নিমিত্তে বন্ধ চাপ; তাৰ দৰে ওখকৈ বন্ধ, মানুহ চলা বাট, all embankment across a rice field; a road, a liigh way. আলিঙ্গন, কদ, স. (সং.. অ, উপস. + লিগু, ওচৰ চাপ) চেনেহেৰে আঁকোৱালি 491 Flýt, an embrace; the act of embracing. আলু, স. শ. (সং, আলু, ওল কছু) মানুহে খোৰ মূল; মাটিৰ তলত থকা কোমল শিপ?; সঁতৰ গুৰি, গছৰ ঘাই শিপ, a yam, the guis of the teeth, tlie main root of trees. আলু উঠ, পিৰি উঠ, সমুলি নষ্ট হ, নিসচ হ, to be rooted up, to be extinct. আলু তোল, সমূলি নষ্ট কৰ, নিচ কৰ, to mot np, to destroy completely. আলেখ-লে, স: শ. ( অ, আ, ন+লেখ, গণনা কৰ) কোনো মানুহ সাৱধানে আছে নে নাই মনে মনে চোৱা, গোপনে ছল চোৱ; যেনে, চোৰে আলেখ লেখ। চাই চুৰ কৰে, 1lte act of stealthily watching to see whether a person is on his guard or not, secretly looking for opportunity. আলৈখ্য, স. শ. (সং. অ, উপস+লি, কাপেৰে আঁক) লেখা প্ৰতিমূৰ্তি, চিত্ৰপট, a picture, a drawing আলেঙ্গে-আলেঙ্গে, ক্ৰি. বি. আঁতৰৰ পৰা ওচৰ চপাকৈ; এডেকে গোপনে, ভি- তৰি; যেনে, এই কথাৰ আলেঙ্গে-আলেঙ্গে T771, from a distance, without approaching, secretly. আলে-জালে, ক্ৰি. বি. (অং. আল, আলস্য +জালে, অনুৰূ) মন দি কাম নকৰাকৈ, এলাহত; যেনে, দিনটো আলে-জালে $77, in idleness, inactively. আলৈ-আহুকাল, স. শ, { বং. আলাই, আপদ+অং. আহুকাল, দুখ) আপদ, fft, misfortune. আলৈ-বিলৈ, স. শ. (ব. আই বালাই, আপদ) ঃখ, কষ্ট, distres, misery. আলো, স. শ. (সং. অ, উপস.+লোক, দেখ) দীপ্তি, light. আলোচনা, স. শ. {স, আ, উপস+লোছ, চা বিবেচনা, বিচাৰ; কালচ, অভ্যাস, consultation, consideration, practice. আলোচি, দ. বি. আলচা, বিবেচনা কৰা, 079777 791, consideredl, studied. আলোভ, ক্লদ, স, (সং. অ, উপস.+লুড়, লৰা} সঞ্চালন, লৰোৱ; আওলা, লৰাই FRETTI, stirring, agitating. আলোড়িত, কদ, বি. লৰোৱ, সঞ্চালিত, 2496771, stirred, agitatel. আলো-আপচু, ভা, অ, শাও বা ঘিণ বুজোৱা মাত { মৌখিক ), a tern of curse or abuse. . আলোলোৱা, বি. (আঃ.. লেউ-লেউৱা, কোমল, জুলীয়া) আলসুৱা, সুখ নিদিয়াকৈ ডাঙ্গৰ কৰা, চেনেহেৰে ভোলা, tenderly brought up, indulgeu. আলৌ-লোৱাকৈ, ক্ৰি. বি. আলসুৱাকে, tenderly. আজিভা, স. শ. (সং. আলজি, বং আলজি, জিভাৰ ওপৰৰ জোঙ্গা ছাল ) তালুৰ নাম-ভাগৰ পৰা ওলমি থকা জোঙ্গা 975, the uvula. আধৰা, স. শ. (অ, আ, পৰিচৰ্য+ ধৰ, নিযুক্ত হ) গোসাই বা ভকতৰ পৰি- চাৰক বা পৰিকৰ, an attendant or servant of a religious instructor, আলপিন্স, শ. (ইং, পিন) গাঁতি শলা, আলি, বেজিৰ নিচিনা সৰু শলা, pini. আল-পৈচান, . শ. ( অ. আল, পৰিচৰ্য্যা