পৃষ্ঠা:হেমকোষ.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আলতা ৯২ আলাপী। খাই কোনো কাৰ্যৰ বিষয়ৰ মন্ত্ৰণা কৰ; বিবেচনা কৰ, কল্পনা কৰু; যেনে, মনে মনে আলচিছে, to consult togetlier, to deliberate. আলতা, স. শ. (সং. অলক্ত, ব, আতা, লাৰ বৰণ ) লাৰ-পৰা কৰা ৰা বৰণ, লাৰ ৰস, lac dye. আলতীয়া, বি. (অৎ- আলতা, লাৰ ৰস ) আলতাৰ দৰে, অৰ্থাৎ অলপ আঠা-যুক্ত, নৈয়ে পেলোৱা অলপ বালি আৰু বোক যুক্ত; যেনে, আলীয়া মাটি, clayey, consisting of mid deposited by a river, আলনি, বি. (অ, আ, ন + লনি, সম্ জোখৰ) আজোখ, সকলো অঙ্গ সমতা নখকা; এতেকে অশুৱনি,॥ot sys- metrical, ugly looking, (1) operati আলম, স. শ. (সং. অৱলম্ব, আশ্ৰয়) আশ্ৰয়; যেনে, ডাঙ্গৰ মানুহৰ আলমত থাকিলে উপকাৰ হয়, refuge, protection, আল-বিল, স. শ. (সং. আলম, আশ্ৰয় + বিল, গহৰি) বিলম্বক আশ্ৰয় কৰা, গহৰি, পলম {মৌখিক), delay. আল, স. শ. (সং, আ, উপস. + লী, বেৰ) 74, se, a houre, a dwelling. আলৰ, বি. (অং. অ, ন+ লৰ, চল। বুঢ়া বয়সৰ নিমিত্তে লৰি-চৰি ফুৰিৰ নোৱৰ; এতেকে বৰ বুঢ়া, (স্ত্ৰী) আলী, mable to incove, owing to great aye, decrepit. আলী, স. শ. (সং. অলক্ষণ, অমঙ্গলীয়া) মানুহৰ পেট কামোৰণি-খেলা এবিধ পিশাচী; এতেকে পেট কামোৰণি-ৰোগ, a she-devil, supposed to cause a griping pain in the stoniach. আলসুৱা, বি. (সং. আলস্য, এলেহুৱা) একো দুখ-নোপোৱাকৈ বৰ সুখত উঠা, আতোল-তোল; অতি সুখীয়া; যেনে, আলসুৱা লৰাই দুধ সহিব নোৱাৰে, ten. derly brought up, petted. আলয়াকৈ, ক্ৰি. বি. আলে-তোলকৈ, সুখ Rafaette, tenderly.. আলস্য, স. . (সং. আলস্য—অল এলে- হুৱা) এলাহ, বনলৈ অনিচ্ছা, সৰপালি, laziness. আলহী, স. শ. (সং, আলস, এলাহে ধৰা) বিশ্ৰাম কৰি এলাহ গুচাবলৈ লোকৰ ঘৰত ৰাতি ৰোৱা বাটৰুৱা, অতিথি, আনৰ ঘৰত ভোজনাদি কৰিবলৈ যোৱা লোক, a sojourner, a visitor, a guest. আলাই-আথানী, বি. (অং. আলগ, লগ নথকা+আপানী, ঠাই নথকা) সামৰি নথৈ নষ্ট কৰা; ৰাখোভাৰ অভাৱত নষ্ট হোৱা; যেনে, গৰাকী নথকা বস্তু আলাই- আগামী হয়; আশ্ৰয়হীন, থাকিবৰ ঠাই নথক; যেনে, মাক-বাপেক-মৰ পৰা আলাই-আথানী হয়, wastel through carelessness or want of protection. having no place of refuge, homeless. আলাইজাবৰী, বি. অকাজভাগী, ধুনপেঁচ 2972), aiskilful, untidy. আগতীয়া, বি. { আ. অ, নহয়+লাগ- তীয়া, আৱশ্যকীয়) অনাবশ্যকীয়, অকা- মিল, unnecessary, useless. আলা, স, শ. ( অ, আ, ওলমা} কাণত বা ডিঙ্গিত ওলমাই দিয়া দৰব, a pen- dent, medicine, (****) আলাহ্, স. শ. ( খ, তালান, ওলমোৱ আলান্ধু, + ধোৱা বা সং. অলন্ধুম, বৰ ধোৱা বাৰ চালত লাগি ওলমি থকা ধোৱাৰ মল, stoot, আলাস্কুৱা,। বি. আলাস্কু লগা, ধোৱা লগা, আলাৱা, মলিন, sooty. আলাপ, স. শ. {সং, আ, উপস.+লপ্ত, কথা ক) কথোপকথন। এজনে আনজনেৰে সৈতে কোৱা কথা; যেনে, কখোপ- কথনৰ দ্বাৰা হোৱা চিনাকী তেওঁৰে সৈতে (947 artant the conversation, acquaintance. আলাপ, বি- কথাবাৰ্তা কবজনা, কথাৰ দ্বাৰা লোকৰ লগত মিলিব পৰা, হৰিলগৰিল কৰি কথা কোৱা, aftable, social, chatty, (স্ত্ৰী) আলাপিনী।