পৃষ্ঠা:হেমকোষ.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আৰ্ত্ত সাল। ক) ঘটা, অৰ্ষা, খেতি কৰা, acquired, gaincd, grown as crops. আৰ্ত, বি. (সং. অ, উপস. + ঋৎ, পা) পড়িত, দুখ পপ, ব্যস্ত, বিবুদ্ধি, pain od, afflicted, confounded. আৰ্তনাদ, স. শ. (সং. আৰ্ত, ঐ+নাদ, শব্দ ) দুখৰ মাত, শোৰ চিঞৰ, ভয়ৰ to, a cry of pain, distress or fcar. আৰু তাৰ, ব্য, সৰ্ব. ( অ'. ইয়াৰ+তা) এই জনৰ সেই জন, অনিশ্চিত মানুহৰ, of this person and that person. আৰ্দ্ৰ, বি. (সং. অদূ, গতি ক) পানীৰে ftol, wet. আকৃ, স. শ. ( সং, আৰ্থ, তিতা) আদা, {সি শুকান মুখলৈ পানী অনে, giligen. মা, স. শ. { সং, অদ, গতি কৰ} ষষ্ঠ 789, the sixth lunar mansion. মায়া, স, শ. { সং, আৰ্য..., যা } মান্য এতেকে হিন্দুবিলাকব আদি পুৰুষ, গৰাকী, ৫ resettable (of vener= alle person, a Hitulu of the olden time, i master. আৰ্যাবৰ্ত, স. শ( স. আৰ্য+অৰ্ত্ত, থকা ঠাই। হিমালয় আৰু বিন্ধ্য পৰ্বতৰ মাজৰ ঠাই, অৰ্যবিলাকৰ প্ৰথম পক। ঠাই,

  • , the country 1xvndel on the

nortlu anul south by the llimalaya and Vindhya Mountains. আৰ্চী, স. শ. { হি. বং. আশী, দাপণ ) মুখ Cotary #1979, a mirror, a looking glass. আৰ্ব, স. শ. ( স. ঋষি) মনুত লেখা আঠ প্ৰকাৰ বিয়াৰ এক প্ৰকাব, কন্যাৰ পিকক দৰাই গৰু দান কৰি কৰা বিয়া, ( ne of the eight forms of Hindi marriage. আহি, স. শ. আৰ্জা, গঢ়, যাক চাই আন বস্তু প্ৰস্তুত কৰা যায়, চানেকি, ছাপিৰৰ নিমিত্তে যুগুত কৰা বস্তুৰ শুদ্ধাশুদ্ধ চাবৰ নিমিত্তে প্ৰথমে ছ কাকত, a likeness, a shape, a model, a pattern, a proof sheet. . আহি তেল, এখন কাকত ৰা এটা বস্তুৰ আৰ্হিৰে আন এখান কাকত বা আন এটা বন্ধু কৰ, to cory. আল, স. শ. (সং. শলল, কেঁটেলাৰ কঁাইট। চৰাইৰ ঠেঙ্গৰ কাঁইট; খুটাৰ ওপৰৰ জোঙ্গাকৈ কটা ভাগ, কোনো ভোতা বা ডাৰ বস্তুৰ পৰা জোঙ্গা হৈ ওলোৱা sist, a spur, the tenon of a juist, a sharp point. . আলগ, বি. ( অ, আ, ন+লগ, সঙ্গী) লগ নলগা, বেলেগ, পৃথক; set/arate, &istinct, স. শ. নিলগ, আতৰ; বিশেষ কৈ মাটিৰ পৰা আঁতৰ অৰ্থাৎ ওপৰ, আকাশ; যেনে, আলগতে ধৰিলো, dis- tance, the air. আলগ কৰ, পৃথক কৰ, বেলেগ কৰ; আন মানুহেৰে সৈতে খাবলৈ নিষেধ কৰ; যেনে, অমুক গেইয়ে আলগ কৰিছে, to separate, to excomunicate. আলগতীয়া, বি. ( অং. আলগ + তীয়া, প্ৰত্যয় বেলেগ হোৱা, নিলগ বা পৃথক কৰা; বেলেগতীয়া, separatixl. সম. ~~ “আলগ” শব্দে বেলেগ অৰ্থাত লগত নথকাক বুজায় " আলগতীয় ” শব্দে লগৰ পৰা পৃথক হোৱাক জনায়। আলগ, বি. (অং. অ, ন+লাগ, আৱশ্যক ) নলগা, আৱশ্যক নথকা, সম্পৰ্ক নখকা; যেনে, 'আলগা কথা, uless?ty, in- connected, having no concern. আলগা, স, ধ(অ. আ, ন+লগ, সঙ্গ) বেলেগ কৰ, পৃথক কৰ, to separate. আলগে, ক্ৰি. বি. (অ. আলগ) বেলেগে, পৃথকে; একে মগে থকা আনবিলাক বস্তুক নোছোৱাকৈ; যেনে, পোকৰ পৰা এটা কলা আলগে আনা, #Tarately আলচু, স. ধা. {সূ আলোচন, পৰামৰ্শ। পৰামৰ্শ কৰ, মন্ত্ৰণা কৰ, লোকৰ মত সোধূ, to consult about, to plut, to plan. স. শ. পৰামৰ্শ, উপদেশ, মন্ত্ৰণা, লোকৰ

    • C*11*), acivice, consultation, *. *.

পৰামৰ্শ কৰ;, দুই বা অধিকলোক গোট