পৃষ্ঠা:হেমকোষ.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আৰু তেওঁজ-বেলি আজি ইয়াতকৈ অধিক; যেনে, আৰু ধন লাগে; আৰু এবাৰ আহিম, inore, further', ক্ৰি. বি. পুনৰ, আকৌ; যেনে, মই আৰু নাহে, again. আৰু তেওজু-বেলি, ক. সৰ্ব. (অং. আৰু অধিক+তেও, যোৱ বছৰৰ আগ বহুব) যোৱা বছৰৰ আগ-বছৰৰ আগৰ বছৰ, the year previous to the one before last. আৰু বাৰ, ক্ৰি. বি. (অ. আৰু+বাৰ, পাল, সময়) আকৌ, পুনৰায়, আৰু এবাৰ, again, once more. আবেলি, কা. সৰ্ব্ব, { অং. আৰু, অপৰ+ বেলি, বছৰ } যোৱা বছৰ; যেনে আৰু বেলি আহিলো; সম্প্ৰদান কাৰক হলে সি অহা বছৰ বুজায়; যেনে, আৰু বেলি- 69 7 tiffa, last year, when in the dative case sigulies uext year. “আৰু বেলি” যেতিয়া একেটা শব্দ হয়, তেতিয়াহে এই দুই ব্যৰ্থ হয়; যেতিয়া ‘আৰু” এবং “বেলি” বেলেগে থাকি বিশেষণ বিশেষ্য হয়, তেতিয়া ইয়াতকৈ অধিক বেলা, এনে অৰ্থ বুজায়; যেনে, আৰু বেলি হলে তেওঁ ঘৰত নেথাকে। আৰূঢ়, বি. (সং. অ, উপস. + কহ, ওখ হ) উঠা, আৰোহণ কৰা, tounted. আৰৈ, স. শনিসিজোৱাকৈ বহুত আৰৈ-চাউল, শুকোৱা ধানৰ চাউল, ric made withont boiling, but simply drying the padely in the sun before huking . আৰৈমুৰীয়া, বি. (অ. আৰৈ+মুৰমুৰ, ভগাব শব্দ; আৰৈৰ দৰে মুৰমুৰীয়া) ভালকৈ fafara ata 421 Fay, made, as rice, without thoroughly boiling thu paddy before husking. আৰৈয়া, বি. আৰৈ চাউলৰ নিচিনা, শুকান, dry. আৰোগ্য, স, শ, { সং. অ, ন + ৰোগ, ব্যাধি) মীৰোগ অৱস্থা, সুচা অৱস্থা, health. আষোপ, স. • (সং, আ, উপস.+, উঠ) লগাই দি; স্থাপন কৰ; যেনে, দোষ আৰোপিছে; নিচেই ঢিলাকৈ বান্ধু। যেনে, চুৰিয়া খান আৰোপি থৈছে, to assign, to attribute, to tie loosely. আৰোপণু,কুদ, স. (সং. আ, উপস+ৰুই, আৰোপ, উঠ) লগাই দিয়া কাৰ্যা; আৰোপা কাৰ্য্য; সমৰ্পণ, tlie act of placing, attributing or delivering. . আৰোপিতু, ক্লদ বি. লগাই দিয়া, আৰোপা, placed, assigned, attributed. আৰোৱা, স. শ. { অং. আঁৰ, আবৰণ ) ৰজা-মন্ত্ৰী-আদিক আঁৰ দিয়া ছল; সেই ছত্ৰ এটা চেপেটা নাল লগোৱা বাঁহৰ গোলাকাৰ বস্তু। সি ৰজাৰ হলে বগা, আনবিলাকৰ হলে ৰঙ্গ কাপোৰেৰে ঢকা হয়। ৰাজপৰিয়ালৰ আন লোকে কেৰল কাঠীৰ আৰোৱান মাথোন লৈছিল, a flat round bamboo frame cover- ed with cloth. That used by the Raja was covered with white cloth others with red, while the inferior numbers of the Raja used one of wicker work only. আৰোৱা-ধৰা, স, শ, সেই ছত্ৰ ধৰোতা, the bearer of the above'. আৰহণ, কদ, স. {স, আ, উপস.+কহ, উই) কোনো বস্তুৰ ওপৰলৈ উঠা কাৰ্য, the act of ascending or mounting. আৰহী, বি. (সং. ঐ.) উঠো, আৰোহণ PŠYTY, one who rides, or mounts. আজ, স. ধা. {সং. অজ, উপাৰ্যন কৰ} উপাৰ্জন কৰ, ঘটু, খেতি কৰ, to aejuire, to gain, to grow said of crops). অৰ্জন, কৃদ, স. (সং, অঞ্জন, ঘটা) ঘটন, উপাৰ্জন; অৰ্জা ধন বা বস্তু, the act of carning or acquiring, the things. earned. আৰ্জা, স. শ. আকাৰ, গ, গঠ; আছি, a form, a shape, a pattern. আৰ্জি, কদ, বি. (সং. অৰ্জিত, উপাৰ্জন