পৃষ্ঠা:হেমকোষ.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আয়োজিতু। আৰম্ভণু, কদ, স. আৰম্ভৰ কাৰ্য, the act of beginning আৰাও, স. শ. (সং. আৰাৱ, শব্দ) এটাহ, f6954, a scrcam, a noise. আৰাধ, দ, ধ, (সং, আৰাধন, ভজন্) ভজ, উপাস, চিন্ত, আশ্ৰয় কৰ, to worship, to adore. আৰাধনা, স, শ, {সং, আ, উপস+ৰাধু, অন্তু কৰ) ভজনা, উপসনা, পূজা, wor- ship, adoration. আৰাধনীয়, বি. উপাসনাৰ যোগ্য, পূজনীয়, alorable. . আৰাৱ, স. শ. (সং. আ, উপস+ৰু, শব্দ কৰ চিঞৰ, আটাহ, a high sound, a আৰক চন্দ, Scicami, আয়োজিৎ, কুদ. বি. কোনো কাৰ্য্যৰ নিমিত্তে গোটোৱা, যুগুত কৰা, collected on pro- cured for some particular purpose. আয়ৌ, “আই” চোৱা। আৰু, স, ধা, ওলমাই থ; হাৰিলে দিবলৈ নিয়মক, আৰিবন্ধ, suspend, hang, to lay as a wager, to bet. স. শ. (সং. 'অক্ক কান্তা (?) আৰক চান্দ, এবিধ গছ) দৰব লগা এবিধ গছ, a kind of plant. আৰজী, স. শ. (যাং) নিবেদন-পত্ৰ, ভাঙ্গ লোক কোনো কথা জনাবলৈ লেখা fof, a petition. আৰণি, স. শ. ( ৰুং, আড়িয়া, পিয়াহ খাবলৈ নেপাই ধীণে) কেঁচুৱা লৰাৰ মাকৰ গা মৰিয়া হলে পিয়াহ খাবলৈ নেপাই itatay carst, clisease, peculiar to s sucking children brought on hy want of mother's milk. আবণি-পুৰণি, বি. ( অ, আৰণি, অনুব্ধ, +পুৰণি, প্ৰাচীন) বৰ পুৰণি, অনেক Fran (calfare); ancient, very old. আৰণ্য, বি. (সং, অৰণ্য, হাবি) হাবিত থকা, বনৰীয়া, wild, আৰতি, স, শ, { সং. আ, উপস. + ৰম, ধেমালি কৰ) সন্ধ্যা-সেৱা, গধূলি-বেলা মূৰ্তি গোসাইৰ আগত চাকি দি দবা- ঘণ্টা বঙ্গোৱা কাৰ্য, the offering of a light to an idol in the evening. আৰী, স. শ. (যাং.) আৰব দেশৰ ভাষা, the Arabic language, f. 1499 দেশৰ, Arabian, আৰস্তু, বি. (সং. আ, উপস,+ৰভূ কৰিবলৈ ধৰ। আৰম্ভ কৰা, উপক্ৰম কৰা, begun, commenced, commencing. আৰম্ভ, স, ধা, (সংআ, উপস. + ৰহু, কৰিবলৈ ধৰু) কৰিবলৈ ধৰ, প্ৰথমে SW7781-709, to commence, to begin. আৰম্ভ, স. শ. কৰিবলৈ ধৰা কাৰ্য, প্ৰথম উদ্যোগ, উপক্ৰম, commencement, beginning আবি, স. শ. (ব, আড়ি, এবিধ মাছ) এবিধ বাকলি নথকা মাছ, a kind of fish, আৰি, স. শ. (অং. আৰ, হাৰিলে কোনো বস্তু দিবলৈ নিয়ম কৰ) হৰিলে কোনো বন্ধু দিবলৈ কৰা প্ৰতিজ্ঞা; ঘাটিলে দিবলৈ প্ৰতিজ্ঞা কৰ বস্তু, the act of betting, a wager. আবি বন্ধু বা আৰি মাৰ, বাটিলে কোনো বস্তু দিবলৈ নিয়ম কৰ, to wager, আৰিয়া, স. শ. (সং. আলোক, পোৰ; বই, আলেয়া, ধন গুলৈৰ দীপ্তি) জুই লগাই পোহৰ কৰিবৰ কাৰণে বন্ধ কটা কানিৰ মুঠা; ফটা কানিৰ যুঠাত লগোৱা জুই, a torch or link. আৰি-কুঁজা, বি. (অং আবি, এবিধ মাহু+ কুঁজা, বেঁকা) আৰি মাছৰ নিচিনা পিঠিত ভাজ থকা, অলপ কুঁজা, havinga slight- ly erookeu back. আৰিষুৰি, স. শ. (অং. আটিমুটি, হাত-পা লৰোৱা কাৰ্য) এফালৰ পৰা আন ফাললৈ গা লৰোৱা কাৰ্য, ইকাতি সিকাতি হোৱা কাৰ্য্য; যেনে, “আৰিমুৰি কৰে কন্যা নেপাকি ধমকি।” the act of moving from one side to the other. আৰু, যৌ. অ, {বং আৰও, এবং) এবং অপৰ; যেনে, তেওঁ আৰু মই, and, বি.