পৃষ্ঠা:হেমকোষ.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আপদাহ সাৰ, 68 আফাল মাৰ, ধৰাত উত্তৰ দিব লগীয়া অৱস্থা, cetisture, responsibility: আপদাহ সাৰ, আপদাহ এৰা, দায় এৰা; to escape consure or responsibility, আপদাহ দি, দায় ধৰ, দোষ ৰোপ ক, to censure. আপদীয়া, বি. (সং, আপদ, দুৰ্দশা) আপদ কৰা, আপদ-অন, আপদযুক্ত; যেনে, আ- পদীয়া বস্তু ঘৰলৈ নানিবা; আপদত পৰা, causing misfortune, unfortunate. আপ-দেও, স. শ. {অং. আপ, বোপই +দেও, মান্থ লোক ) বোপাই, কক, বুঢ়৷ মানুহক মত শব্দ, a term tise by tlt: lower classes of Alioms in address- ing their father, grandfather, or a respectable old man. আপগ্ৰস্ত, বি. “ বিপন্ত” চোৰ; আপমা, স. শ. (সং. অপমান, অসম্ৰম ) কোনো লোকে আওহেলা বা অপমান কৰাত হোৱা বেজাৰ, stow occasio]] by disregard or insult. . আপ, স. শ. (কামং. বাপ, লৰাক আদৰকৈ মত মাত} মুনিহ লৰা; এগুৱা লৰা, a boy, a young servant. (1) #I আপালি, স, শ. (সং, অপায়, আপদ) ঘৰত নৰিয়াৰ পৰা হোৱা আপদ; যেনে, ঘৰত আপালিৰ কাৰণে আহিব পৰা নাই, misfortune, capuccially, sickness in one's farmily. . আপা, স, শ, “এপাহ” চোৱা। আপিটু, বি. নিপুণ, ভালৰূপে কাম-জনা, skilful, well up to work. . আপ, “আপা” চো। আপুটি, স. শ. ( তাৎ, আপ, বোপই+টি, উপস.) বোপাই { হা); father, আপুৰুগ, স. শ. {সং, অপুৰোগ, আগলৈ নহা) অভাৱ, আটক, অপ্ৰাপ্তি, vant, আপুৰুগীয়া, বি.আটকীয়া, পাবলৈ নোহাৱা; যেনে, আপুৰুগীয়া বস্তু, searcc. আপঠ, বি. (অ, আ, ন+পূৰঠ, পৈণত) আইতা, কুমলীয়া, immature. আপোন্, ব্য, সৰ্ব্ব- (সং. আত্মন; ব’ আপন) ভাঙ্গৰ লোকক মত মাত; যেনে, estettä сe, yourself, a word used in addressing a respectable per- sonage, বি. স. স্বয়ং, নিজ, one's self, স, শ, আপোনাৰ মানুহ, বন্ধু, a friend. আপোনা-আপুনি, বি. সৰ্ব্ব, নিজে, স্বয়ং; যেনে, লৰাই আপোনা-আপুনি খাইছে। of one's self, of one's own accord. আপে-পেটা, বি. আপোনাৰ পেটলৈ মাথোন চিন্তা-কৰা, লোকলৈ নেচাই আপোনাৰ হিত-চিন্তা, selfisl. আপোন্-পেটালি, গু. শ. আপোন-পেটা স্বভাৱ, selfishness. আপ্ত, বি. (সং, আপ, প; টানত পোৰ। যায়, এভেকে) হিতৈষী, উপকাৰী,friendly. আপ্যায়িত্, কদ, বি(সং. অ, উপস.+প্যায়, বাঢ় } প্ৰীত, সন্তুষ্ট, pleased, satisfied. আপ্ৰী। স. শ. (সং. অপ্ৰাণী, প্ৰাণী নহয়, আপৰণী। অৰ্থাত সামান্য প্ৰাণী } দুখীয়া বা সামান্য মানুহ, a low person. আপ্লাৱ, কৃদ. স. (সং. আ, উপস:+প্ন, গা-ধে) ধল, বাণি পানী, affood. আপ্লাবিত্, ক. বি. বাঢ়নি পানীৰ দ্বাৰা ভল যোৱ, পানীৰে পূৰ হোৱা, fooled. আফৰ, স, শ, (অং ফফৰ, অনুক.) কমা আফবি, Jৰৰ বা সোপাৰিৰ শালৰ ভাতিৰ

    • 871, the mouth of a bellows.

আফৰী, বি. ফাই ফুৰা, উদ্যোগী; শীৰ্ষে কাম কৰা আৰু সকলো কামত নিপুণ, active, nimble and skilful. আফলা, স, শ, (স”. আস্ফালন, খুন্দা) city), a rapid. আফাল, স. শ. (সং. আস্ফালন, থেকে) বলেৰে পেলাই দিয়া কাৰ্য, খুন্দা মৰা Inte, dashing, or throwing violently. আফাল , ভৰি পিছলি পৰ, to slip and fall. আফাল মাৰ, আছাৰ মাৰ, বেগেৰে নিক্ষেপ কৰ, to throw off violently, স, ধা: