পৃষ্ঠা:হেমকোষ.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আধাৰ বাট ৮২ আনৰিয়া আধাৰ বাট, ইটোৰ মুখত সিটোৱে মুখ দি আহাৰ কৰা, (কাউৰীয়ে পৰস্পৰৰ মুখত মুখ দিয়াত খাটে; } যেনে, কাউৰীয়ে আধাৰ dots, to feed each other as crows. আধাৰি, বি. (ব, আধা, অন্ধ+সা, বধ } হাৰাশান্তি, বৰ পৰিশ্ৰম পোৱা;। যেনে, লৰাটো কানি আধাসাৰি হল, exhansted, harassed. আধি, স. শ. (স. আ, উপস.+ধ্যৈ, চিন্তা কৰ মনৰ দুখ, মনৰ বেদনা, mental affliction; anxiety. আধি, স. শ. ( তাৎ, আধা} লোকক খেতি কৰিবলৈ দিয়া মাটিৰ শস্যৰ সমান ভাগ; যেনে, মই সেই মাটিৰ আধি আনিম; আনক পুহিবলৈ দিয়া জন্তুৰ পোৱালী- বিলাকৰ আধা ভাগ; যেনে, ছাগলী জনীৰ পোৱালীব আধি পাম। half share of the produce of lani let to another, half share of the young one4 of an animal given to another to reau', বি. আধ উৎপন্ন পাবৰ নিয়মেৰে দিয়া; যেনে, আধি মাটি, given on the understanding of obtaining lalf. the produce ( said of land ). আধি দি, আধি লগা, উৎপন্নৰ সমান ভাগ দিবৰ নিয়ম কৰি মাটি বা জন্তু আনক দি, to give to another on the under- standing of obtaining lalf the produce. আধিক্য, স. শ, (সং. অধিক, সহ ) প্ৰচুৰতা, অধিক পৰিমাণ, excessiveness, abuudance. আধিপত্য, স. শ. (সং. অধি, উপস. + পতি, গৰাকী গৰাকীৰ ক্ষমতা, স্বামিত্ব; যেনে, সেই বস্তুত তোমাৰ আধিপত্য নাই, ownership, supremacy. আধিয়াৰ, স. শ. (অ, আধা, অৰ্ধেক } উৎপন্নৰ আধা দিবৰ নিমিত্তে মাটি লোৱা tar, one who cultivates another's land on the stipulation of giving him half the produce. আধুনিক, বি. (সং. অধুনা, এভিয়া। এতিয়াৰ, এই কালৰ, নতুন, modern, আধেক, স. শ. (সং. অদ্ধেক) সমান এভগ,

        • , onc-half.

আধে, বি. ( অং. আধা, সমান এভাগ + সেৰ, চাৰি পোৱা) আধ-সেৰ, আদ্-সে, half a seer of (520) আধ্যা, স. শ. (সং. অধ্যায়, পুথিৰ কোনো এক ভাগ ) পুথিৰ ছেদ, পুথিৰ কোনো এক ভাগ, a lapter. আন্, বি. সৰ্ব. (স:.. অন্য, পব) বেলেগ এটা, যাৰ কথা কোৱা যায় তাতকৈ বেলেগ, fica, other, another. আন্, . ধ ( স. তানয়ন; ব’, আনন। দূৰৰ পৰা ওচৰ চপ, গুৰিলৈ নি, লৈ আহু, to bring, to fetel. আকাল, ক্ৰি. বি. ( তাৎ, আন, অ +কাল, সময়। আন সময়ত, আন দিন, at otlier times, other lays. আনজ, স. শ. ( সং, আত্মজ্ঞ, সন্তান। এটা লৰাহোৱাৰ পৰা আন এটা হোৱালৈকে সময়; যেনে, অমুকীৰ তিনি বছৰীয়া আনজু, the interval between the birth of one chill and that of another. আনন, স. শ. {স, কন, সমুখ ) মুখ, the face. আনন্দ, স. শ. {সং. অ, উপস.+নন্দ, সন্তোষ হ) ৰং, সন্তোষ, হৰিষ, pleasure, joy. আনন্দদায়ক, বি. ৰ লগোৱা, pleasing আনন্দময়, বি. (সং, আনন্দ, সন্তোষ + ময়, স্বৰূপ) আনন্দ পৰূপ, সদায় আন- তি, শোক দুখহীন, ilissful, happly, (স্ত্ৰী) আনন্দময়ী। আনন্দি, কৃদ. বি. { সং, আ, উপস.+নন্দ সন্তোষ হ) ৰং পোৱা, হৰিষিত, pleased, happy, joyful, (স্ত্ৰী) আনন্দিত। আনৰিয়া, বি. ( অ, আ, ন + নৰিয়া, বোগী) পোনেই নৰিয়াৰ পৰা উঠা, সম্পূৰ্ণৰূপে ভাল নোহাৱা, recovering from sickness. Over