পৃষ্ঠা:হেমকোষ.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আধলি আধাৰ-কটীয়া। আধাৰাকী-খকা; যেনে, আধৰুৱা কাম, half finished. . আধলি, স. শ. ( হিং. আধূলি, আধা ৰূপ ) এটকাৰ আধা পৰিমাণৰ সোণৰ বা ৰূপৰ মোহৰ, আঠ অনাৰ মূল্য, a silver or gold coin weighing half a tolah, cight annas value. আধলিকা, বি. ( অং. আধা, আদখানি) আধ। নষ্ট; যেনে, ধানবোৰ আধলিকা কৰিলে, half wasted. আধলিটীয়া, বি. (অং. আধলি, ঐ+ টি, উপস.) একাধলি মূল্যৰ, আঠ অনীয়, of eight annas value. আধা, স. শ. {সং. অন্ধ, সমান এভাগ ) সমান এভাগ, আদ খানি, ne-half, ই অন্থ শব্দৰ আগত থাকিলে প্ৰায়ে “ আদ” হয়; যেনে, আদূ সে, আদ মহা, ইত্যাদি। আধা-আধি, বি. (অ. আধ+আধা, ঐ ) দুটাৰ ভিতৰত সমান ভাগ, এজনৰ আধা আন জনৰ আধ; যেনে, দুইও আধা- আধি ভাগ কৰি লোৱা, half and half, কোনো ঠাইত আধা মষ্ট হোৰাও বুজায়; যেনে, ধানবোৰ পথাৰতে আধ। আধি হল; মাহবিলাক চৰাইয়ে আধাআধি fact, Jalf wasted. আধা-কটা, বি: (অ. আধ, ঐ+ কটা, ছেদন কৰা) আদ-খানি কটা; এফাল কটা, এতেকে নীচ, টটাটিঙ্গা, দুষ্ট, one- half, cut off, cat half through, shameless, wicked. আধা-কেঁচো, বি. (আধ, অৰ্ধ+ কেঁচে- লুৱা, কেঁচা) আধা-কেঁচা, সম্পূৰ্ণকৈ ন- পকা; আধ-শিকা, lalf ripe; half- 'educated or taught. আধা-খুন্দা, বি. { অং. আধা, ঐ+খুন্দা, গুড়ি কৰা) ভালকৈ শুৰি নকৰা, খৰচীয়া, half-pounded, স. শ. ভালকৈ মিহি নোহোৱা বা খৰচীয়া পিঠা গুড়ি, Coarse rice flour. অধানাৰ্জি, বি. (অৎ, আধা, ঐ +ন, নাই + আৰ্জ, উপাৰ্জন কৰবা আধা+ অনাৰি, নষ্ট) আদ খানি উপাৰ্জন নকৰাৰ তুল্য, অৰ্থাৎ আধা হানি হোৱা, আধলিকা, half-wasted, spoiled. আধা-পোৰা, বি. (অ. আধা+পোৰা, দগ্ধ হোৱা) সমানে এভাগ দগ্ধ হোৱা; ওপৰৰ ofst stat, half-burut; scorched, আধা-ফুটা, বি. (আধ+ ফুট, ধূলি উঠ) অধ। সিজা, ভালকৈ নিসিজা, (ভাত), partially boiled. . আধা-মূৰী, স. শ. { অং. আধা মূৰীয়া, মূৰৰ এফাল থকা) গুলৈ, ৰাতি জুইৰ নিচি- নাকৈ জলা মাটিৰ পৰা ওলোৱা ভাপ; (দি মূৰৰ এফাল পকা এটা ভূত বুলি খ্যাত), a phosphorescent light supposed to be an evil spirit having half a head, ignis fatias. আধামূৰী খা, বনত বিতত হ, পৰিশ্ৰমৰ প্ৰভাৱত মূৰ-ছিগা যেন হ, to be over- whelmed with work. আধামূৰীয়া. বি. মূৰৰ এফাল থকা, having lalf of the head. আধাৰ, স. শ. ( স. অ, উপস+ধ, ধৰ) যাৰ ওপৰত কোনো বস্তু থাকে, যি কোনো বস্তুক ধাৰণ কৰে; যেনে, মানুহৰ আধাৰ sto, support, stay, that whiclı holis anything . আধাৰ, শ. ( স. আহাৰ ) খোৱ বন্ধু; লৰাৰ মাকৰ পিয়াহ (চহ। মাত}, food, mother's milk loy which a child is nourished, . আধাৰি, স. শ. (সং. আধাৰ, ধাৰণ কৰো) চক বা মাটি কলহৰ ঘূৰণীয়া আধাৰ, fafanj, a coil made of caue, &c., to support the bottom of an carthen vessel. . আধাৰ-কটীয়, বি, { অং. আধাৰ, আহাৰ+ ফঁটীয়া, চুটি) খাবলৈ নোপোৱাৰ নিমিত্তে ডাঙ্গৰ হব নোৱৰা, পিয়াহ খাবলৈ নেপাই খীনোৱ, (সৰু লৰাত খাটে), stunted in growth owing to want of mother's milk. 6