পৃষ্ঠা:হেমকোষ.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আখাউনি ৭৯ আদা আখাউনি, বি. (অ, আ, ন+ থাউনি, গা তল নোজাৱাকৈ, পানীৰ তলৰ মাটি পোৱ বৰ দ, থাউনি নোপোৰ, গোটেই a farety, unfathomable, beyond one's depth. আথাও, স. শ. (আহম) আজোককা, ককাৰ বাপেক, great-grandfather. আধাও-পুথাও, সশ, (আহম, আথাও, ঐ+ পুপাও, ককা) উপৰি পুৰুষবিলাক; যেনে, আমাৰ আধাও-পুথাওৰ দিনৰ ৰীতি, forefathers. আথান, স. শ. (অ, আ, ন+থান, ঠাই } গুপ্তাঙ্গ, মুনিহ ভিৰোৰ ঘাই অঙ্গ, the private parts. আথানী, বি. (অ, আ, ন+ খান, ঠাই ) থাকিবৰ ঠাই নথকা, আশ্ৰয়হীন, সামৰি নথৈ কৰা নষ্ট, lomeless, having no refuge; spoiled through neglect. আথেবেখে, ক্ৰি. বি. আ-বেথ কৰি, বৰকৈ

          • *f&, with great respect or

love. আকপালী, স. শ. ( অং. আদ, সমান এভাগ +সং. কপাল, মূৰৰ খোলা) মূৰৰ এফালে হোৱা বিষ, liermierania, a partial headache. . আখান, স... ( অ, আ, আধ+ আদখানি, খান, ডোখৰ) আধা ভাগ, That Gott, one-half. আদ-খনীয়া, বি. আঁধা ভাগ খকা, সমানে এভাগ থকা; পূৰ নোহাৱা, incom plete, minus one-half. আদ্-খুৰীয়া, বি. (অং. আ + খাৰ, লোণৰ নিচিনা চোকা বস্তু) অলপ খাৰ দি ৰন্ধা watery, slightly seasoned with alkali. আদ-বয়, স. শ, ( আধ+ বয়স, উপজিবৰ পৰা হোৱা কাল ) মাজ বয়স, আদহ, বা বাব, টকাৰ আঠ ভাগৰ এভাগ, weighing one-cighth of a tolah. আদ্-মহীয়া, স. শ. দুই অনা জোখৰ সোণৰ বা ৰূপৰ মোহৰ, a two aaina bit, বি, দুই অনা মূলাৰ বা জোখৰ, of two annas value, weighing two annas. আদৰ, স. শ. (সং. আদৰ, উপস+ , সন্মান কৰ) সন্মানেৰে কৰা চেনেহ; forec7549, respect, courtesy. আদৰ, স, ধা, সম্মান কৰি আগ বঢ়াই আন, (বিশেষকৈ দৰা বা কন্যাক পদূলিৰ পৰা আগবঢ়াই অনাত খাটে ), to receive with civility (said of receiving: bridgroom or bride, at the gate). আদৰ, স, শ, { অং. অ, ন+দৰ, বে অলপ দৰ, সস্তাদৰ; যেনে, আদৰত বস্তু cacafeat, cheapness, low price. আদৰ, বি. { অথ, আ, নহয়+ দৰা, বৰ) কৃতদাৰ, এবাৰ বিয়া কৰা, (দৰাত খাটে); যেনে, আদৰা দৰ, already married, said of a bridegrom. আদৰণীয়, বি. (সং. আদৰণীয়-আ, উপস, + দৃ, মান কৰ} সন্মানৰ যোগ্য, মৰম কৰিব লগা, respectable, estimable. আদৰ্শ, স. শ. {স, আদৰ্শ, আ, উপস.+ দৃশ, দেখ} আৰ্হি, চানেকি, যালৈ চাই কোনো কাৰ্য কৰা যায়, যাৰ গঢ় অনুসৰি কোনো বন্তু গঢ়া যায়; প্ৰতিমূৰ্তি, a pattern, a model, a likeness, resemblance. আদলতলী, স. শ. ( অ, আ, ন+ দল, দলি, ছপৰা তলী, মাটি, নভঙ্গা মাটি, হাবি- মাটি, চাহ নকৰা মাটি, ulbroken or nucultivated land. আদহ, স. শ, (অ. আদি বয়সূ, বয়স আধা) মাজ বয়স; যেনে, তেওঁৰ আদহ "হৈছে, middle age. আদহীয়, বি. (অ. আদ বয়সীয়া) আধা বয়স যোৱা, মাজ বয়সীয়া, middle agcd. আদা, স, শ, (স. আক, এবিধ জলা শি) এবিধ জলা শিপা, দৰঙ দিয়া for any facuty, ginge:r. middle age. আদ্-বয়সীয়া, বি. আধা বয়স পোৱা, মাজ বয়সীয়া, আদহীয়া, mittle aged. আদ্-মহ, সংখ্যা (আধা+মহা, টকাৰ চাৰি ভাগৰ এভাগ) দুই অনাৰ জোখ,