পৃষ্ঠা:হেমকোষ.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আতাজৰীয়া। ৭৮ আথু-বেথু 46 কিনো আইতাই, লোণখৰিচা সানিবৰ বাট নেচায়; এতেকে বিচেষ্টা, in a great hurry, impatient of delay. আতাজৰীয়া, বি. ( অং. আ, ন+ ব্যঙ্গ, ভাল ক) দুৰ্বল, টান নৰিয়াৰ দ্বাৰা উঠিব নোৱৰা হোৱা, . weak, unable to get tip, owing to sickness. আৰি, বি. (সৎ, অৰি, শক্ত) অমিল, ভাল নোপাৱা, মিল গুচা, অনাৰি, fallen out, unfriendly. অতি। ক্ৰি. বি. (সৎ, অতি, অধিকৰূপে ) আতিকৈ অধিক ৰূপে, বৰকৈ, greatly, excessively . আতিথ্য, স. শ{সং. অতিথি, আলহী) আলহীক কৰা শুশ্ৰষা, liospitality. আতিশয্য, গু. শ, {সং. অতিশয়, অধিক) আধিক্য, অধিক হোৱা অৱস্থ, ৫xcess. আতুৰ, বি. (সং. আ, উপস-+তু, বেগাই য) বিচেষ্টা, ভয় পোকা, পুঁড়া পোৱা, distresscd, fallen into difficulty. স, শ, পঁড়াত বা ভয়ত বিহ্বল মানুহ, one in trouble. আতুলীয়া, বি. (অং. আতোলা, এটকাৰ আধা) আধাতোল পৰিমাণৰ, weighing half a tolah. আতৈ, স. শ. { অং.. আতা, গোঁসাই, গুৰু) কোনো সভ্ৰৰ ভকত, সদায় ধৰ্ম্ম কাৰ্যত নিযুক্ত থকা মানুহ, দিহিঙ্গৰ সল্প আৰু সেই সত্ৰৰ শ্ৰেণীৰ সত্ৰবিলাকত এই শব্দক আই” এনেকৈ উচ্চাৰণ কৰা যায়, a word used in speaking of or addressing a votary of a Sallra. আড়োলা, বি. (অং, আধা, অৰ্ধেক তোলা, এটকা) এটকাৰ আধ, আধাতোল, half চেনেহ, চেনেই দোখোৱা কাৰ্য, lemon- stration of great affection. আত্ম, স. শ. এস. আন্~-আ, উপস.+অg, গতি কৰ) আপোন, এই সদায় আন এটা শব্দৰ আগত থাকি তাৰে একেটা হয়) যেনে, আত্ম-কৃত, আপুনি কৰা; আত্মঘাত, আপোন-ঘাত; আত্মঘাতী, আপোন বধী; আত্ম-দমন, আপোন জমি ৰাখন; আয়ুজু, পুত্ৰ; আত্মশ্লাঘ, নিঞ্জে নিজক কৰা প্ৰশংসা; আয়ু সাত, লোকৰ ধন আপুনি লোৱা; আত্মম্ভৰী, আপোন-পেটা; আত্মাভিমান, অহঙ্কাৰ; আত্মাভিমানী, অহাৰী; আত্মাধীন, স্বাধীন; one's self (much used in composition). আত্ম- নিয়, স. শ. (সং. আখন, ঐ+ নিঃ, উপস.+ী, কিন) আপনাক কিনা, ৰণত ধৰি নিয়া মানুহে মুকলি ইবৰ Fitfire fra, a ransom. আত্ম-বক্ষা, স. শ. ( সং. তাত্মন, আপোন + ৰক্ষা, ত্ৰাণ) আপোনাৰ শৰীৰক সঙ্কটৰ পৰা ৰক্ষা কৰা কাৰ্য, self-lefense, আত্ম, . শ. {স. আ, প্ৰণি ) প্ৰাণ, জীৱ, জগতৰ প্ৰাণত্বৰূপ পৰমেশ্বৰ, the soul, the spirit, the supreine Being who is the Son of the Universe. আত্মীয়, বি. অপপানাৰ সম্বন্ধীয়, স্বীয়, of kin, owi, belonging to one's self or family, স. শ. আপোন মানুহ, বন্ধু, 2 relation, a friend. আখৰু, বি. (অ, আ, ন+ থৰ, স্থিৰত) বৰ বয়স হোৱাৰ কাৰণে অস্থিৰ, বৰ বুঢ়া, decrepid, shaking the limbs owing to great age. আখলীয়া, বি. (অ, আ, ন+ বল, ঠাই। শুদা ঠাই নেৰা অৰ্থাৎ বহুত ঠাই জোৰা, খুলন্তৰ, গা-শকত; যেনে, আলীয়া মুনিহ, corpulent. অৰ্থ-বেথ, স, শ, (সং. অন্তব্যস্ত, ব্যথ) ভক্তি বা চেনেহত বৰ ব্যৰ্থ হোৱা অৱস্থা, বৰ সাদৰ, সমাদৰ, demonstration of great respect or love. tt a tolah. আগেতোল, বি, (অ, আ, ভা, অধ্য. + তল, ভুলি ধ + তোল, তুলি ধৰু) মাটিত পৰিবই নিদিয়া, এতেকে বৰ আদৰ প, চেনেহ কৰা; যেনে, আইদেও সৰু কালত আতোলতোল ছিল, highly caressed, beloved, স, শ, আদৰ বা