পৃষ্ঠা:হেমকোষ.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আটা { s আটা, স. শ(বৎ, হিং, আটা} ঘেঁহ আদিৰ off, flour. আটাই, স, শ, সকলো মানুহ, all persons, , বি. স. সমশু, সমুদায়, all, whole.. আটাল, স. শ. (সং. অষ্টাল, ঘৰৰ ওপৰৰ থাক) ওপৰ চাং, বৰ চাং, ঘৰৰ এটা চন্তিৰ পৰা আন চতিলৈ গড় পাৰি সজা 67e, a platform constructed by laying bamboos or planks across the beams of a house. আটায়েমুলি, ক্ৰি. বি. (অৎ, আটাই, সকলো +মিন, লগলাগ) সকলোকে মুঠ কৰি, in all. আটাহ, স. শ. (সং. অট্টহাস, বৰ হাঁহি;- অট্ট, উচ্চ শব্দ + হাস, হাঁহি,) ডাঙ্গ f6.907, 167, a lond call, a scream. পদ্যত * আটাস” হয়। আটাহ পাৰ, চিঞৰ মৰ, হাই কৰ, to scream, to make a noise. আটি, স, শ, { অং, আটু, টানি বান্ধু, } পোল, মুঠা, কনা, a bundle. আট-মুটি, স. শ. হাত বা অন্ত্ৰ জোকাৰি মাৰবৰ ভাৰ দেখোৱা কাৰ্য; যেনে, টাজোন ডালেৰে আটি মুটি কৰা; এতেকে এলেহুৱা বা কাম কৰিবৰ ইচ্ছা নথকা মানুহে কাম কৰিবলৈ ধৰাৰ আগেয়ে গা হাত লৰাই সষ্টম হোৱা কাৰ্য; যেনে, তেওঁ উঠিবলৈ আটি-মুটি কৰোতেই চোৰ startar; the shaking of a hand or a weapon as if to strike, without actually striking, making prepara- tions and efforts to commence, to do something, আটিল, বি. (অৎ, আট, টানি বাক ) টান, Fray catteetal, tight, not loose or soft. মাগী।স, শ, ওখ মাটি, চাপৰ নিচিনা আগয়া। ওখ ঠাই; ঢাপ, a highi tank, a prominence, an elevation. অটুট” শব্দ গোৱা। আটো, বি. (গৎ. হটলা, ওখ) বহল কৈ অধিক ওখ, লেঙ্গা, টুকি নোপোৱা, disproportionately tall or high, very high. আটোপে, ক্ৰি. বি. (সৎ, আটোপ, দৰ্প) বলৰ দৰ্পেৰে;—যেনে, খেদিয়া গৈলপ্ত আটোপে,” with the pride of strength or power, আটো-টঙ্কাৰ, স. শ. {সং. আটোপ, অহঙ্কাৰ+ টঙ্কাৰ, ধেনুৰ জোৰৰ শব্দ) বল শক্তিৰ অহঙ্কাৰ কৰা বা বীৰত্ব দেখোৱা কাৰ্য্য, বল শক্তিৰ ভাং কোপ, display of strength, valour or power, a boast of power or strength. আটোম-টোকাৰি, বি. (অং. আটো, টং টৎ শব্দ কৰা+কোৰি, বজোৱা যন্ত্ৰ এবিধ টোকাৰিৰ গুণ যেন পন আৰু নিমজ, এতেকে সুশৃঙ্খল, কতো জঞ্জাল qeral, quite straight and smooth, peat and tidly. আটুকাল, স. শ. “ আঁটু কাল” চোৱা। আই, সংখ্যা (সং. অষ্ট, দুবাৰ চাৰি) চাৰিৰ হুগুণ, দুই আঁড়া, eight. আঠা, স. শ. (অং, আট, টানি বন্ধ, বং.. আঠা, কামুৰি ধৰা বস্তু) কামোৰ খাই ধৰ বস্তু, কোনো কোনো গছৰ লাগি ধৰা ৰস, শুকালে আট খাই ধৰা বস্তু; আট খাই ধৰা গুণ বা, শক্তি; যেনে, শুকালে কঁঠাল-আঠাৰো আঠা গুচে, gum, an adhesive sıthstanec, adhe- siveness, স. ধা. আঠালগা, আঠা দি, to gum, to tar, আঠা মৰ, আটু খাই ধৰা শক্তি গুচ; যেনে, কঁঠাল আঠাই, যিহতে সিলাগে, তাকে কামোৰ মাৰি ধৰে, কিন্তু শুকালে তাৰ আঠা মৰে, to lose or be slevoid of adhesiveness. . আঠাৱন, সংখ্যা, (সং. অষ্ট পঞ্চাশত, বং. আ- টা) আঠ-অধিক আঢ়ৈ কুৰি, fiftyeight. আঠীয়া, স, শ, হিং, আঁটী; বং. আঠি, টি) বহুত ভাঙ্গৰ গুটি থকা এবিধ কল, a kind of plantain. 15