পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ মোৰ দুনয়ন অশ্ৰুসজল দেখিছা? ]
মুক্ত কৱৰী বন্ধা নাই কিয় সুধিছা?
ধ্বংশৰ বাটে যাৰ সন্তান
সোনৰ সংসাৰ যাৰ থান্‌বান্
সেই মাতৃয়ে হৃদয় কিহেৰে জুৰাব কোৱা।

৷৷ হৃদয়ৰ অৰণ্যত ৷৷ ৪৫