পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰচেষ্টাত জীৱন পাত কৰা বীৰ সন্যাসী বিবেকানন্দই এদিন সগৰ্ব্বে ঘোষণা কৰিছিল “মোক এমুঠি স্বাস্থ্যবান, চৰিত্ৰবান ডেকাগাভৰু দিয়া, মই সমগ্ৰ পৃথিৱী তোলপাৰ লগাই দিম।” নৈতিক আধ্যাত্মিক বলেৰে পৃথিবী তোলপাৰ লগাই দিব পৰা এচাম যুৱক-যুৱতী গঢ়ি তোলাই আমাৰ শিক্ষা-উদ্যোগৰ মুল লক্ষ্য হোৱা উচিত।


( শিক্ষক দিৱস উপলক্ষে পতা সৰ্ব্বভাৰতীয় ৰচনা প্ৰতিযোগিতাত

আঞ্চলিক ভিত্তিত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত। )

॥২৪॥