পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডাইনাপালী

কিহৰ বাবে ক্ষমা মহাৰাজ?

ওজা

আপোনাক পেলাই দিয়াৰ পিছত মোক সন্যাসীৰ শিষ্যই

ধৰি নিচিল কালী পূজাত বলি দিবলৈ। যেতিয়া মোৰ ভৰিৰ পৰা তেজ ওলোৱা দেখা পালে মোক এৰি দিলে ৷ মহাৰাজ ৷ ডাইনাপালীঃ ওজা

হয় মন্ত্রী। আঙুলিটো চিঙোতে আপুনি কৈছিল কৃষ্ণই যি কৰে ভালে কৰে। কথাষাৰ সম্পূৰ্ণ সত্য মন্ত্রী মহাশয়৷ আপুনি মোক ভুলৰ বাবে ক্ষমা কৰিব। ডাইনাপালীঃ কৃষ্ণই যি কৰে ভালে কৰে। আপুনি মোক পেলাই দি ভাল কাম কৰিছে মহাৰাজ । ওজা

কিয় মহামন্ত্রী?

ডাইনাপালী : যদি দুয়োজন একেলগে থাকিলোহেঁতেন সিহঁতে দুয়োজনক ধৰি নিলেহেঁতেন। । ওজা ঃ মহামন্ত্রী। | ডাইনাপালী : হয়, মহাৰাজ৷ আপোনাৰ ভৰিত তেজ ওলাইছে আপোনাক এৰি দিলে। হয় মোৰটো তেজ ওলোৱা নাই ৷ সিহঁতে মোক বলি দিলেহেঁতেন। কৃষ্ণই যি কৰে ভালে কৰে।

হাহিৰ টোপোলা- ৮৭