এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ডাইনাপালী : ৰজাই দুখে ভাগৰে তললৈ নামিবলৈ যত্ন কৰি আছে তেনে অৱস্থাতে
- কোন তহঁত, মোক কিয় ধৰিছ?
ওজা ডাইনাপালীঃ আমি সন্যাসীৰ শিষ্য। আজি অমৱশ্যা। আজি আমাৰ কালী মাক নৰবলি লাগে। ওজা
- আজি বেছ সুন্দৰ বলি পাইছে।
ঐ মই এই দেশৰ ৰজা। ডাইনাপালীঃ ওজা
- তেনেহ'লে আৰু ভাল হ’ব। কালীমাৰ আগত তোক
বলী দিয়া হব। ওজা
ডাইনাপালী : সন্যাসী পূজাৰ শেষত বলি আনিবলৈ ক'লে। ৰজাক তানি আনি গা-ধুৱাই সেন্দুৰৰ ফোট দিলে। শালত পেলাবলৈ যত্ন কৰোতে, ৰজাৰ চিঙা আঙুলিৰ পৰা তেজ ওলাবলৈ ধৰিলে 1 ওজা : ডাইনাপালী : সন্যাসী কলে, মুৰ্খহত এইটো বলি নহব। দেখা নাই এইটো অঙ্গক্ষত। বলি এৰি দে। ওজা
- সন্যাসীৰ কথামতে ৰজাক মুকলি কৰি দিলে। ৰজাৰ
মনত পৰিল আঙুলিটো চিঙাৰ সময়ত মন্ত্ৰী কোৱা কথাষাৰ – কৃষ্ণই যি কৰে ভালে কৰে। - ডাইনাপালী: ৰজাই বুজি পালে। মন্ত্ৰীক পেলাই দি মই বৰ ভুল কৰিলোঁ। ৰজাই মন্ত্ৰীক বিচাৰি বিচাৰি তললৈ নামি আহিল৷ ওজা
- মন্ত্ৰী মহাশয়, মই বৰ ভুল কৰিলো ৷ আপুনি মোক ক্ষমা
কৰিব। হাহিৰ টোপোলা- ৮৬