পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওজা

সভাসদ আটাইবোৰে আসন গ্ৰহণ কৰক।

ডাইনাপালী : মহাৰাজ, আজি আপোনাৰ মুখত মই প্ৰথমবাৰৰ বাবে হাঁহি দেখিছোঁ। ওজা

আপুনি ঠিকেই কৈছে মন্ত্ৰী মহাশয়৷ আজি মোৰ জীৱনৰ

বাবে শুভ সংবাদ। আজি মোৰ এটা ল’ৰাৰ জন্ম হ’ল। কৃষ্ণই যি কৰে ভালেই কৰে। ডাইনাপালী : ডাইনাপালী : মহাৰাজ আজি তিনিদিন আগত আপোনাৰ মুখত হাঁহি দেখিছিলোঁ। কিন্তু আজি পুনৰ আপোনাৰ মনত অশান্তি। হয় মন্ত্ৰী মহাশয়, মোক দুখেই লগ নেৰা হৈছে। ওজা 8 ডাইনাপালীঃ মহাৰাজ ওজা

হয় মন্ত্ৰী, যোৱা কালিৰ পৰা ল'ৰাটোৰ অসুখ। কান্দি

কান্দি ৰাণী পানী এটোপাও গ্ৰহণ কৰা নাই। ডাইনাপালী : কৃষ্ণই যি কৰে ভালেই কৰে।

মন্ত্ৰী ডাইনাপালীঃ আজি দুদিন ৰজা ৰাজসভালৈ অহা নাই। ও সৌৱা ৰজা আহিব ধৰিছে। মহাৰাজ আপুনি কান্দিছে? ওজা

মন্ত্ৰী বহু যত্ন কৰিয়ো ল’ৰাটো বচাব নোৱাৰিলো। ল’ৰাটো |

মৰি থাকিল মন্ত্ৰী। ডাইনাপালী : দুখ নকৰিব মহাৰাজ। কৃষ্ণই যি কৰে ভালেই কৰে। মহামন্ত্ৰী। ওজা ঃ ডাইনাপালীঃ হয় মহাৰাজ, কৃষ্ণই যি কৰে ভালেই কৰে। ওজা

এইটো পাগল নেকি? মোৰ যেতিয়া ল’ৰা-ছোৱালী নাছিল

তেতিয়াওঁ মন্ত্ৰী কৈছিল, কৃষ্ণই যি কৰে ভালেই কৰে। হাহিৰ টোপোলা- ৮৪