যায় সৈন্যাসীজনক সেৱা কল্যাক। ওজা
- বস তোমাৰ মঙ্গল হওঁক। তুমি কৰ পৰা আহিলা?
কিয় আহিলা মোক বুজাই কোৱা৷ { ডাইনাপালী : গুৰুদেৱ মোৰ সংসাৰত মন নাই মই ভগৱানক পাব বিচাৰু। তুমি এই ডেকা বয়সত? ওজা
ডাইনাপালী : হয় প্ৰভু। সংসাৰৰ প্ৰতি মোৰ বিৰাগ ভাব আইচি। বাৰু বৎস। তুমি ইয়াতে থাকা।
- ওজা
| ডাইনাপালী : গুৰুদেৱ, মই কি কাম কৈৰবা লাইগবো।
- ওজা
বিশেষ নাই। তুমি ৰাতিপুৱা উঠি আশ্ৰমখন চাফ-চিকুন কৰিবা। গা পা ধুই মোক ফুল তুলশী তুলি দিবা বৰ বিশেষ কৰিবলগীয়া কি আছে? ডাইনাপালী : হব গুৰুদেৱ। ওজা
সিদিনাৰ পৰা নন্দ আশ্ৰমত থাকিল। ডাইনাপালী ঃ পিছদিনা আশ্ৰমৰ কামখিনি কৰি গা পা ধুই ফুল তুলসী তুলি আনি সৈন্যাসীৰ ভৰিত ধৰি প্ৰণাম কৰি ক'লে গুৰুদেৱ মোক এটা ভাল আশীৰ্বাদ দিয়ক। ওজা
- বাচা তই মানুহ হ।
ডাইনাপালী: ঃ কি আশীৰ্বাদ দিলাকে। কালিয়ো যদি এই আশীৰ্বাদ দিয়ে মই সুধি পেলাম মোৰ লগত খাতিৰ বাতিৰ নাই। পিছ দিনাও নন্দই আশ্ৰমৰ কামখিনি শেষ কৰি সৈন্যাসীক প্ৰণাম কৰিলে। প্ৰভু আশীৰ্বাদ কৰক। ডাইনাপালী : হাহিৰ টোপোলা- ৭৯