পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ওজা : হয় দিয়া।
ডাইনাপালী : ওৱাইফ অকালতে তৎক্ষনাত মৰিল। ইটাতো ঘৰখন
নচলে। গাওঁৰ মানুহে কলাক নাউমানতুক চাবাৰ কাৰণে
তই বিয়া কৰাবা লাগিব।
ওজা : বেলেগ বিয়া কৰাবা নালাগে নিজৰ মাহীয়েকজনী
নাউমানতুক ডাঙৰ কৰিবা পৰিব।
ডাইনাপালী : তাকে কৈইলু। ইটা তাই মোৰ কি হ’ল।
ওজা : ওৱাইফ হ’ল।
ডাইনাপালী : আগে কি আছিল?
ওজা : খুলশালী।

 ***  ***  ***
 নিধনীৰ নাম

ওজা : ঐ ল’ৰাহঁত। আজি তহঁতৰ হাজিৰাবহীত নাম লিখিম।
নামবোৰ আৰু পিতাৰ নাম কবি।
তোৰ নাম
ডাইনাপালী : মোৰ নাম ৰমেন ডেকা। পিতাৰ নাম বতহু ডেকা।
ওজা : তোৰ নাম?
ডাইনাপালী : মোৰ নাম মহিন্দ্ৰক কুমাৰ, পিতাৰ নাম মনহৰি কুমাৰ।
ওজা : তোৰ নাম অঃ ৰঃ তই ধনী সদাগৰৰ চলি নহয়।
ডাইনাপালী : হৈ মাষ্টৰ।
হাহিৰ টোপোলা- ৬৫