পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডাইনাপালী : তুমি বাৰে বাৰে যে কৈছা মই পঢ়া নাই। মই পঢ়িছো নে নাই প্ৰমাণ কৰা। আৰু ওজা প্ৰথম মই জাইনবা লাইগবো এতে কেখনিমান বিদ্যান মানুহ আছে? ওজা

আছে কোনোবা বি. এ., কোনোবা বি. এচ. চি., এম.

এ., এম.এচ.চি, কোনোবা ডাক্তৰ, ইঞ্জিনিয়াৰ, ল পাছ ইত্যাদি। ডাইনাপালী : তাৰ উপৰোত বিদ্যান নহব লাগে। ওজা 8 ল ৰ ওপৰত নহব লাগে। ডাইনাপালী : মোৰ ডিগ্ৰী তাৰ ওপৰত৷ অৱশ্যে মই গৰীৱৰ চলি তথাপি মাই পিতাই মোক আধা পঢ়া কৰা নাই। ওজা মই জনাই নাই হা। ইমান পাছ কৰিছা তুমি। কিমান পাছ কৰিছা তুমি মনত আছে। ডাইনাপালী : মনত নাই। আৰু ধৰা মোৰ বিচাব কৰাৰ প্ৰয়োজনো হোৱা নাই। ওজা

আচৰিত কথা ইমান জনা মানুহ এজন মোৰ লগত ঘুৰি

ফুৰিছে অথচ মই জনা নাই। আজিতো গম পালা। ডাইনাপালী : ওজা

পালো৷ বাৰু ডাইনাপালী আজি মই ৰাইজৰ আগত তোমাৰ ডিগ্ৰী কিমান হিচাব কৰিম। ডাইনাপালী ঃ ইয়াত তো ল ক লগি আছে। ওজা

তাৰ পিছৰ খিনি কলে হ’ব। ডাইনাপালী ঃ ল ৱ, শ, ষ, স, হ, ক্ষ, ড়, ঢ় হাহিৰ টোপোলা- ৬০