পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডাইনাপালীঃ মই এক ৰাজকন্যাৰ লগত ২ হম।

যদি কও এইটো প্ৰশ্ন নাখাতে।

সেনেহলি ২ৰ লগত তিনি হ’ব। ডাইনাপালীঃ ওজা 8 তাৰ মানে? | ডাইনাপালীঃ আগতে বন্দি হৈছে দুজন। মই বন্দি হ’লে দুই একে তিনি হব। ওজা

আপুনি পাগল হব নোৱাৰে। আপোনাৰ আচল পৰিচয়

ব্যক্ত কৰক। ডাইনাপালী : মহাৰাজ ধৃষ্টতা মাৰ্জনা কৰিব। মই কান্যকব্জৰ পৰা আহিছোঁ। মোৰ নাম পণ্ডিত প্ৰবৰ অনঙ্গ দেৱ শৰ্মা চিন্তা বাগিশ নিচ ব্যকৰণ তীৰ্থ। ওজা

নমস্কাৰ গ্ৰহণ কৰক পণ্ডিত প্ৰৱৰ৷ আৰু আপোনালোকা

আটায়ে মোৰ কন্যাৰ সয়ম্বৰৰ অন্ন গৃহত পদাৰ্পন কৰক।

ইংৰাজী পণ্ডিত ওজা

তুমি ইংৰাজী নাজানা?

ডাইনাপালী : তোমাত কৰি বোধহয় বেছি জানো। ওজা

তুমি বোলে স্কুলতে যোৱা নাই৷ ডাইনাপালী : কথা ভদ্ৰ ভাবে কবা। এই সমাজৰ মাজত তুমি মোক অপমান কৰিছা। ওজা

নপঢ়া কাৰণে নপঢ়া বুলি কৈছো। তাতে তোমাক অপমান

কৰা হোল নেকি? হাহিৰ টোপোলা- I