পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওজা ঃ ঐ কোন আছ অঙ্ক মাষ্টৰক কাৰাগাৰলৈ লৈ যা আৰু এইবাৰ কোনে কৰিব প্ৰশ্ন৷ ডাইনাপালী : মই কৰিম, ঐ ৰাজা কৈনা দি, হিঃ হিঃ হিঃ ওজা ঃ এইটো পাগল নে কি? ডাইনাপালীঃ কইনা দি মই বিয়া কৰাম বিয়া কৰাম হিঃ হিঃ হিঃ এইটো পাগল, এইটোক উলিয়াই দে। ওজা

ডাইনাপালীঃ নহয় মহাৰাজ? সয়ম্বৰক নিমন্ত্ৰণ কৰোতে তো এই কথা কোৱা হোৱা নাই। সকলোৰে উপস্থিতি কামনা কৰা হৈছে। ওজা

অৱশ্যে কথাষাৰ আপুনি থিকেই কৈছে। ঐ পাগল

ৰাজসভাৰ পৰা ওলাই যা। নহ'লে মোক প্ৰশ্ন কৰ? অ প্ৰশ্ন কৰিম। ঐ ৰাজা হিঃ হিঃ হিঃ ডাইনাপালী ঃ ওজা

তাৰ ব্যৱহাৰ চোৱা। প্ৰশ্ন কৰ৷ প্ৰশ্ন- শিয়ালে নিলাক শিয়েনী ডাইনাপালীঃ লৰু গেল বাটে। এইকথা ৰজাক সুধিছো খাতে নে নাখাতে॥ যদি খাতে ১ ৰ লগত ২ যদি নাখাতে ২ ৰ লগত ৩ ওজা

এইটো একো প্ৰশ্নই হোৱা নাই।

ডাইনাপালীঃ হৈছে। ওজা

শিয়েনী, লৰু একৰ লগত দুই, দুইৰ লগত তিনি

হাহিৰ টোপোলা- ৫৭