পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
মহাৰাজ নমস্কাৰ

প্ৰশ্ন কৰক

মহাৰাজ

ওজা ডাইনাপালী : ওজা জন্ম লগ্নৰ আপোন ভাই। পোহৰত থাকে এন্ধাৰত নাই॥ বৰ কঠিন প্ৰশ্ন কৰিলে আপুন? ডাইনাপালী :

প্ৰথম প্ৰথম ভাল চিন্তাত পেলালে নৰে দেঅক কন্যা উলিয়াবলৈ দিয়ক। ডাইনাপালী : ওজা

আপোনাৰ প্ৰশ্নৰ উত্তৰ চা হয়নে?

হয় মহাৰাজ ডাইনাপালীঃ ওজা

ঐ কোন আছ, এওক নি কাৰাগাৰত বন্দি কৰি থোৱা। মহাৰাজৰ জয় হওক। ডাইনাপালীঃ ওজা 8 প্ৰশ্ন কৰক। ডাইনাপালী : মই অঙ্ক শাস্ত্ৰ মানুহ। মই অঙ্ক সম্পৰ্কে এটা সৰু প্ৰশ্ন কৰিম৷ একেলগে আছিল একচল্লিছ ভাই মাকে নিলে তিনিশ বাপেকে কিমান পাই। ওজা

প্ৰশ্নটো বৰ জটিল। তথাপি চিন্তা কৰি চাও, আপোনাৰ

প্ৰশ্নৰ উত্তৰ একচল্লিছৰ তিনিশ গলে উত্তৰ ৩৮। অৰ্থাৎ ক ফলাৰ ৪১ টা আখৰ তাতে শ, ষ, স এই তিনি শ গলে ৩৮ থাকে৷ মোৰ উত্তৰ শুদ্ধ হৈছেনে? ডাইনাপালীঃ হৈছে মহাৰাজ। হাহিৰ টোপোলা- ৫৬