সমললৈ যাওক

পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

T নিৰোগী আৰু কাম ভাল। আপুনি কিয়? ওজা

মই এটা ঘৰ বান্ধিব খুজিছোঁ। ডাইনাপালীঃ উত্তৰ ঢাল। অৰ্থাৎ উত্তৰফালে পিঠি দিয়া ঘৰ সকলো ঋতুত সমান সুখ। আপুনি ওজা

মই এজনী ছোৱালী চাব যাম।

ডাইনাপালী : নেচাব ছোৱালী নেচাব। মাকক চাব, মাক ভালে জীয়েক ভাল। ওজা

ধন্যবাদ। ঘনচাতি উত্তৰ ঢাল মাক ভালে জীয়েক ভাল। একৰ লগত দুই ওজা 8 দেশৰ ৰজাৰ একমাত্ৰ ছোৱালীৰ সয়ম্বৰ। ৰজাই ঢোল পিতি প্ৰচাৰ কৰি দিলে ৰাজকুমাৰীৰ ডাইনাপালী : সয়ম্বৰত ৰজা, মহাৰাজা, ধনী সদাগৰ। গৰীৱ, দুখীয়া সকলোৱে যোগদান কৰিব পাৰিব। সয়ম্বৰৰ পন। যিজনে প্ৰশ্ন কৰি ৰজাক পৰাস্ত কৰিব পাৰিব। সেইজনৰ হাততেই ৰাজকন্যাক সমৰ্পন কৰা হ’ব। আৰু প্ৰশ্ন কৰি হাৰিলে কাৰাগাৰত বন্দি কৰি থোৱা হ'ব। ওজা

দেশ-বিদেশৰ ৰজা ৰাজকুমাৰ, ধনী সদাগৰ পণ্ডিত সয়ম্বৰৰ থলিত উপস্থিত হ'ল। ডাইনাপালী : সময়ম্বৰ আৰম্ভ হওক৷ কোনে প্ৰশ্ন কৰিব আহক৷ হাহিৰ টোপোলা- ৫৫