পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঠিকনা চোৱা বুঢ়া ওজা

অ’ প্ৰভু আছে। ডাইনাপালী : হয় মই গা ধুবলৈ ওলালো। আজি ৰাতি পুৱাৰে পৰা উঠিব পৰা নাই। ওজা : আমিও যে বহু আশা কৰি বহু দুৰৰ পৰা আহিলো। আপুনি কিয় আহিল। ডাইনাপালী : ওজা

মই এটা গৰু কিনিব খোজো৷ কেনেকুৱা গৰু কিনিলে ভাল হয়? ডাইনাপালী : আপুনি কিয় আহিল? ওজা

মই এটা ঘৰ বান্ধিব খুজিছোঁ। মোৰ ডাঙৰ ল'ৰাটোৰ বাবে এজনে ছোৱালী চাব খুজিছো। কেনেকুৱা ছোৱালী চালে ভাল হয়। ঘনচাটি উত্তৰ ঢাল। ডাইনাপালী : মাক ভালে জীয়েক ভাল। ওজা

কথাষাৰ কৈ ব্ৰাহ্মণ গা ধুবলৈ গ’ল। গা পা ধুই মন্দিৰত

সেৱা কৰি ভাত পানী খাই হোকা· চিলিম লৈ ব্ৰাহ্মণ বাহিৰ ওলাই। ডাইনাপালী : আপোনালোক যোৱা নাই। ওজা : বহু দুৰৰ পৰা কথাখিনিৰ বাবে আহিছিলোঁ। ডাইনাপালী : আপোনালোক কিয় আহিছিল? ওজা : মই এটা গৰু কিনিব খুজিছোঁ। ডাইনাপালী : ঘনচাটি। যিটো গৰুই ঘনকৈ নেঙুৰ ঘুৰাই, সেইটো গৰু হাহিৰ টোপোলা- ৫৪