পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যাব ওলালে মাক সেৱা কৰি যাও। ডাইনাপালীঃ হয় প্ৰভুসকল সিদিনা মই দেখিলো। ওজাৰ মায়েকে জিঞ্চৰ পেণ্ট-চাৰ্ট পিন্ধি বাইকত গৈ আছে। ওজা

সমাজত যা তা কথা কিয় কোৱা?

ডাইনাপালীঃ কি যা তা কলো। ওজা

মা আধাবয়সীয়া তিৰোতা এজনী জিঞ্চৰ পেণ্ট-চাৰ্ট

পিন্ধিব। ডাইনাপালী : কোন তিৰোতা? 8 মোৰ মা? ডাইনাপালী : মিচা কথা, তোমাৰ মা তিৰী নহয়। ওজা 8 তেনেহলে কি? ডাইনাপালী : মৰদ, তোমাৰ মা মৰদ মানুহ। ওজা

ছিঃ কি কথা কোৱা তুমি। মা মৰদ হব কিয়? ডাইনাপালী ঃ তুমি সমাজৰ আগত কৈছা, তুমি তিৰীক সেৱা নকৰা৷ এতিয়াও কৈছো, মই তিৰীক সেৱা নকৰো। ওজা

ডাইনাপালী : সেইকাৰণে কৈছো মাৱে মৰদ। ওজা

তুমি ভুল বুজিছা। ডাইনাপালীঃ তুমিও শুদ্ধ বুজা নাই। ওজা

ডাইনাপালী : তিৰী মানে মই তুমি বিয়া কৰোৱা জনীৰ কথা কৈছো। সেইটোৱে তোমাৰ ভুল। মোৰ তিৰোতা হলেও তেওঁ কাৰবাৰ মা। অৰ্থাৎ মাতৃ জাতি সদায় পূজনীয়। চিৰ নমস্য।

      • *** ***

হাহিৰ টোপোলা-