পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডাইনাপালীঃ আছে, তুমি কোৱাৰ দৰে নহয়! ওজা

বাৰু তোমাৰটো শুনু। বাৰু শুনা ডাইনাপালী : তিত্ৰী ব্ৰহ্মা, তিৰী বিষ্ণু, তিৰী মহেশ্বৰী সিয়া কৰিব লাগে সদাই তিৰীৰ ভৰিত ধৰি। তিৰীৰ ভৰিত ধৰিবলৈ যদি কৰা হেলা ঘুমে থাকাতে বঠি দি লেইপো, পিছত পাবা ঠেলা। অ’ তাৰমানে তুমি তিৰীক সেৱা কৰা৷ ওজা ডাইনাপালীঃ অকল মই নহয়, আতা-পিতা, চৈধ্য পুৰুষৰ এইটো পৰম্পৰা। ওজা ছি কি ঘিনলগা কথা, তিৰীক সেৱা এই বংশৰ পৰম্পৰা আমাৰ এইবিলাক নাই। ডাইনাপালী: কেনেকৈ থাকিব, ভাল মাক বাপেকৰহে আদৰ্শ থাকে, ইয়াৰ বংশতে নাই আদৰ্শ। ওজা

তুমি বংশক ধৰি কথা নকবা। ডাইনাপালী : একশ বাৰ কম। সৎ বংশত হে সৎ আদৰ্শ থাকে। আমি পৰম্পৰা নেৰো। এতিয়াও বিহু, তিথি আহিলে ৰাতিপুৱাই গা পা ধুই মা, মাহী, পেহী, জেঠী, খুৰীক এফালৰ পৰা সেৱা কৰি যোৱা মোক দেখা পাই, মোৰ ল’ৰা-ছোৱালীও। ওজা এওহে মাতৃ ভক্ত পুত্ৰ, এওহে মাকক সেৱা কৰে। আমি নকৰো। তুমিতো বিহু তিথিত সেৱা কৰা, মই কৰবাত হাহিৰ টোপোলা - ৫২