পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওজা পালী : হেৰ বোৱাৰী হৰিহৰ চক্ৰত যাৰ উৎপত্তি কৰ্ণৰ বাপেকে যাক নোৱাৰিলে ল ডাইনাপালী অগ্নিৰ মুখৰ পৰা সি বাহিৰ হ’ল। প্ পাপ নহয়। ডাইনাপালীঃ এনেকুৱা বীৰটোক তই কেনেকৈ মাৰিলি। পিতা, অলি বাহন বাহন হামু গয়ো শশী বাহন বাহন থেকে ভৈয়ো পবন সুতা সুত ভেঙে গয়ো ৰবি সুত মম হস্তে লেগে ৰয়ো ওজা হে পিতা, অলি মা নে ভোমোৰা ভোমাৰাৰ বাহন পদুমফুল, পদুমৰ বাহন পানী মই পানী আনিবলৈ গৈছিলোঁ। ডাইনাপালী : শশী মানে চন্দ্ৰ বাহন মহাদেৱ, আৰু মহাদেৱৰ মাহন ষাৰগৰু। ক’ৰবাৰ পৰা এটা ষাৰ গৰু আহি মোক খুন্দা মাৰি দিলে। ওজা 8 পৱন মানে বায়ু, বায়ু পুত্ৰ ভীম, ভীমৰ পুত্ৰ ঘটোৎকচ, ঘটটো ভাঙি গ’ল। ডাইনাপালী : সূৰ্যপুত্ৰ কৰ্ণ কানটো মোৰ হাতত লাগি ৰ’ল। ওজা

ডাইনাপালী : বোৱাৰীৰ কথা শুনি বুঢ়াই ভাবিলে মোৰ ধন্য বোৱাৰী সিদিনাৰ পৰা দুয়োখন ঘৰ জেদ ভাব এৰি সুন্দৰ ভাবে মিলি গ'ল।

      • *** ***

হাহিৰ টোপোলা- ৫০ 8