ওজা : কিয়?
ডাইনাপালী : মই বিনা কষ্টৰে কেনেকৈ ধনী হ’ব পাৰো, সুধিবলৈ
যাম।
ওজা: হে বাপু মই বুঢ়া হলো, মই চিকাৰ কৰি খাব নোৱাৰো
আৰু বুঢ়াকালত পাপ কৰি খাবৰ ইচ্ছাও নাই। তুমি
কথাখিনি সন্যাসীক সুধিবা, মই পাপ নহোৱাকৈ কাক
খাব পাৰিম।
ডাইনাপালী : বাৰু হ’ব মই সুধি আহিম?
ওজা : বাঘক কথা দি আনন্দ আৰু আগবাঢ়ি গ'ল। এনেতে
ৰাস্তাৰ কাষৰ গছ এজোপাই মাত দিলে।
ডাইনাপালী : হেৰ বোপা তুমি কলৈ যোৱা?
ওজা: মই সন্যাসীৰ ওচৰলৈ যাম।
ডাইনাপালীঃ বোপা মই আপেল গছ। মই প্ৰতিবছৰে ফুলেৰে
জকমকীয়া হওঁ। কিন্তু দুখৰ বিষয় মোৰ ফল এটাও
নালাগে।
ওজা: তুমি মোৰ কথাখিনি সন্যাসীক সুধি আহিবা?
ডাইনাপালী :তোমাৰ কিয় ফল নহয়, মই সুধি আহিম।
ওজা: আপেলৰ পৰা বিদায় হৈ আনন্দ আকৌ যাবলৈ ধৰিলে।
কিছুদুৰ যোৱাৰ পিছত ৰাস্তাৰ কাষত এক ডোঙা পানী।
ডাইনাপালী :পানী ডোঙাৰ ওচৰ পোৱাৰ লগে লগে এটা প্ৰকাণ্ড
বৰালী মাছে ক’লে
ওজা : বোপা তুমি কলৈ যোৱা?
হাহিৰ টোপোলা- 88