পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডাইনাপালীঃ গাওঁবুঢ়া জেঠা আছে? ওজা আনন্দ দুখু হা। ঃ ডাইনাপালীঃ অ' হে জেঠা। বিপদত সহায় কৰাহে আচল বন্ধু, নে কি কয়? ওজা : থিকে কৈছ দা বাপা। কচুন কিয় আহিলা? | ডাইনাপালীঃ জেঠা, মোক অকমন্য, গাইৰা বুলি সকলোৱে জানে হয়নে?

ওজা

ঃ হয় দিয়া। এতিয়া জেঠা মই ধনী হবাৰ মন কৰিছো।

ডাইনাপালী

ওজা

কি কাম কৰিবা।

ডাইনাপালী :

ওজা কাম কৰিবা মই নৰো। আমাৰ এই অঞ্চলত আপোনাত কৰি জ্ঞানী-বুধিয়ক মানুহ আন কোনো নাই, আপুনি এটা বুদ্ধি দিয়ক, মই কেনেকৈ বিনা কষ্টে ধনী হ’ব পাৰো৷

বুদ্ধিতো মইয়ো নাজানু কিন্তু তোমাক মই এটা উপদেশ

দিব পাৰো, তুমি উত্তৰ ফালে মুখ কৰি গৈ থাকা, এখন ডাঙৰ অৰণ্য পাবা। অৰণ্যখন পাৰ হৈ এখন মুনিৰ আশ্ৰম পাবা। এই মুনিজন সৰ্বজ্ঞানী মুনি, তোমাৰ প্ৰশ্নৰ উত্তৰ তেওঁহে দিব পাৰিব। তুমি সেই মুনিৰ আশ্ৰমলৈ যোৱা। ডাইনাপালীঃ গাওঁবুঢ়াৰ কথা মতে আনন্দ, মুনিৰ আশ্ৰম বিচাৰি ওলাল।

কিছুদুৰ যোৱাৰ পিছত ৰাস্তাৰ ওচৰত বহি থকা এটা

বাঘে কলে ঐ ল’ৰা তই কলৈ যাবি। মই মুনিৰ আশ্ৰমলৈ যাম? ওজা ডাইনাপালী : হাহিৰ টোপোলা- ৪৩