পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডাইনাপালী ঃ মোৰ ভনী বুলি ভাবো ওজা 8 মোৰ ল'ৰা-ছোৱালী কেইটাক? ডাইনাপালী : মোৰ ল'ৰা-ছোৱালী বুলি ভাবো? ওজা 8 মোৰ তিৰিতুক? ডাইনাপালী : মোৰ তিৰী বুলি ভাবো?

বিনা কষ্টে ধনী ডাইনাপালী : অ’ মাষ্টৰ খুৰা ঘৰত আছে? ওজা 8 কোন নো? ডাইনাপালী : মই আনন্দ ওজা 8 বোপা আনন্দ বহা, কি কামত আহিলা নো? ডাইনাপালী : খুৰা আপুনিতো জানে গাওঁখনত অকমন্য বুলি মোৰ এটা নাম আছে। এতিয়া খুৰা মোৰ মনত এটা ভাব আহিছে, মই ধনী হ’ব লাগে। কষ্ট নকৰাকৈ মই কেনেকৈ ধনী হ’ব পাৰো৷ মোক এইটো উপদেশ দিব লাগে।

বেয়া নাপাবা বোপা, কষ্ট কৰিয়ো দুবেলা দুমুঠি মিলাব

নোৱাৰে, তেনেস্থলত বিনাকষ্টে ওজা ডাইনাপালী ঃ হইছে দিয়ক, মুখ মেলাতে মই গৰ্ভ দেখা পাইছো, নালাগে আপোনাৰ উপদেশ। ওজা 8 যোৱা যোৱা বিনা কষ্টে ধনী হয়। হাহিৰ টোপোলা- ৪২