পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
আজি এঘৰ মানুহে মোক পুথি পঢ়িব মাতিছিল। পিছে

মোৰ লগ নাই দুয়ো যাও বলা হা। ডাইনাপালীঃ হবো দে। ওজা

আহা তে কাপোৰ পিন্ধা। ডাইনাপালীঃ বলা যাও বলা ওজা এ ৰাম মুক্তিত নিস্পৃহ যিটো ডাইনাপালী : জকৰা পন্তা নাখাই সিটো সদায় বাপাৰ তপাত ভাতত ৰাতি। যেইতে বাপাৰ আহিল তিৰী মাক বৈনাকে নচৈ ফিৰি তেইতে ৰাপাৰ পন্তা ভাতে গতি॥ ওজা

কি কৰ হা, ওজা গোৱাৰ দৰে তুমি পুথি পঢ়াতো ধেমালি

কৰি থাক হা৷ এইবিলাক নকৰিবা। নকও দিয়া ডাইনাপালী : ওজা ঃ এ ৰাম মৎস্য ৰূপে অৱতাৰ ডাইনাপালী : হৈলা পথাৰত। ওজা

ভুল হ’ল। হৈলা প্ৰথমত। ডাইনাপালীঃ নহয় পথাৰত ওজা

গাৰ বলত কিয় কোৱা গুৰুজনাৰ কথা বিকৃত কৰিব

নাপাই। ডাইনাপালী ঃ সেই কাৰণে মই পথাৰত কৈছো।

নহয় এইটো গুৰুজনাৰ মুখৰ বাক্য। কিৰ্ত্তনত সুন্দৰভাবে গুৰুজনাই লিখিছে মৎস্যৰূপে অ—তাৰ৷ হাহিৰ টোপোলা- ৩৮