পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডাইনাপালী : নাই আৰ পলে লাভ নাই। ৰজাই সকলো গম পাইছে। ধৰা দিয়াই ভাল, মহাৰাজ উঠক। ওজা

কোন?

ডাইনাপালী : বিজাল ধৰিব নালাগে দিয়ক৷ আপুনি সকলো জানে? ওজা কোন? ডাইনাপালীঃ মই হাগুৰা চুৰ দিয়ক। বাৰ বছৰৰ মুৰত খালাচ পাই আজি আপোনাৰ ঘৰত মোক মাফ কৰক। ওজা ঃ বাঃ শেষত অহা ব্ৰাহ্মণজনৰ আশীৰ্বাদে আজি মোৰ সকলো ধন-সম্পদ ৰক্ষা কৰিলে, কোন আছ। ডাইনাপালীঃ মহাৰাজ ওজা

ব্ৰাহ্মণজনৰ ল’ৰা-তিৰোতা সহকাৰে লৈ আহ। তেওঁক

মই ৰাজগুৰু হিচাবে প্ৰতিষ্ঠা কৰিম। গতিকে চোৱা তিৰীৰ বুদ্ধিতো মুৰ্খ পুৰুষো ডাঙৰ মানুহ হ’ব পাৰে। ডাইনাপালী :

      • *** ***

ভকত ওজা 8 ও ডাইনাপালী ঘৰত আছ ডাইনাপালীঃ আচু ৰবা বহা। ওজা

বহিবৰ সময়ো বেছি নাই। আজি এটা বৰ অসুবিধাত

পৰিলো হা। ডাইনাপালীঃ কি অসুবিধা হা। হাহিৰ টোপোলা- ৩৭