পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডাইনাপালী : সেই কাৰণে মহাৰাজ মোৰ আশীৰ্বাদখিনি মই কাগজত লিখি আনিছো, আপুনি ৰাতি শুৱাৰ সময়ত পঢ়ি চাব।

যাওক তাত দক্ষিণা দি আছে লওক গৈ।

ওজা ওজা ডাইনাপালীঃ 8 হাগুৰা চুৰে ঘৰত যায় ভাবে আজি বাৰ বছৰে মোৰ দিউতিত মামৰে ধৰিছে, আজি যন্ত্ৰপাতি খিনি ধাৰ দি একবাৰ জইন কৰা ভাল। ওজা ডাইনাপালী :

আজি ৰজাৰ ঘৰত কৰ্ম আছিল। সকলো ভাগৰি পৰিছে।

ৰজাৰ ঘৰতে জয়ন কৰা ভাল। হাগুৰা চুৰ ৰজাৰ ঘৰলৈ যায় ৰজা শুৱা ৰূমৰ পাচফালে বহি অলপ কৰি খণ্ডা আৰম্ভ কৰিছে। ওজা

ৰজাই ভাবে শেষত অহা ব্ৰাহ্মণজনে দি যোৱা

আশীৰ্বাদখিনি অলপ পঢ়ি চাও। খাচাৰ খুচুৰ খান্দত গাতা ডাইনাপালী: বাপপাৰে মই খান্দিব ধৰা ৰজাই গম পাইছে, আতৰত বৰ্ত্তমান বহি থকা ভাল। ওজা

থেপলাংকে বৈঠন্ত ভেলা

ডাইনাপালী : মই ইয়াত বহাও ৰজাই গম পাইছে। নহয় কুনবা ফালেদি পলোৱাই ভাল। ওজা : ভাবাক ভুবুক কৰি চাই। ডাইনাপালীঃ বাপৰে ৰজাই কোনোবা ফালেৰে চাই আছে, মই পলোৱাই ভাল। ওজা

হাগুৰা চুৰ বা কহয় যায়।

হাহিৰ টোপোলা- ৩৬