পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আৰু মোক মাতিবা আপা। ওজা

আৰু ভুল হ’ল, আপা নহয় পাপা।

ডাইনাপালীঃ অঃ অঃ পাপা। দিন যায় আছে ওজা আমাৰ ঘৰত পাপা মামী চলি আছে। এনে অৱস্থাত ওজা এদিন আমাৰ মোৰ শ্ৰীমতীৰ বৌ দেউ আহিল। বহু দিনৰ মুৰত আহিছে। শ্ৰীমতী, মই, বৌদেউ তিনিজনে বহি কথা পাতি আছো। এনেতে সৰু ল’ৰাটো স্কুলৰ পৰা আহি চোতালৰ পৰা মাতিছে। ওজা ঃ মামী, মামী ডাইনাপালী : এতিয়া দুজনী মামী আছে, এজনী পাপাৰ তিৰী মামী আনজনী মামাৰ তিৰী মামী। এতিয়া কোনে মাতিব। এতিয়া দুজনীয়ে মাতিব। ওজা

ডাইনাপালী : বেয়া হোৱা নাই। ওজা

কি ভাল হ’ল। ডাইনাপালী : মোৰ তিৰী এটা গুচি দুটা হ’ল।

      • *** ***

হাহিৰ টোপোলা- ৩৩ Septe