পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লগত দেউতাতো গুচি গ'ল। ওজা দেউতা গ'ল। তেনেহলে এতিয়া কি হ’ল? ডাইনাপালীঃ আপা ওজা ঃ আপা ডাইনাপালী : দুখৰ বিষয় বামুনৰো এদিন বহুৱাৰো এদিন, এতিয়া দেউতাকক ল’ৰা-ছোৱালীয়ে আপা বোলা হ’ল। দেউতাকক আপা বোলা তুমি ক’ত শুনিলা? ওজা

ডাইনাপালী : মোৰ বন্ধু এজনৰ ঘৰত। মই আচৰিত ল’ৰাটো স্কুলৰ পৰা আহি বন্ধুজনক সাৱতি ধৰি মাতিব ধৰিলে আপা আপা। তোমাৰ বোধয় শুনাত ভুল হ’ল, আপা নহয়, ল’ৰাটোৱে পাপা বুলি কৈছে? ওজা ডাইনাপালী: পাপা.. হে ভগৱান, দেউতাকটো যদি পাপা হয়, মাকজনী পাপী হ’ব। ওজা ডাইনাপালীঃ

আজিকালি মাককো অলপ বেলেগকৈ মাতে, মামী?

মামী। এটা কথা হ’ল নহয় ওজা বুলে সমাজৰ লগত নমৰিলেও চকু মুদিব লাগে। ওজা

এইটু সচা কথা।

ডাইনাপালীঃ তেতিয়াহলে কালিৰ পৰা আমাৰ চলিকো শিকাবা লাগিব। বোলে ধনহঁত আজিৰ পৰা আগৰ কথা বতৰা বাদ দিব লাগিব। আমাকো বেলগকৈ মাতিব লাগিব?

কি বুলি দেউতা?

ওজা ডাইনাপালী : উহু দেউতা নহয়। আজিৰ পৰা মাৱেক মাতিবা মামী ছাহিৰ টোপোলা- ৩২