এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মামাৰ তিৰী
| ওজা | : | যুগৰ লগে লগে মাত কথাৰো পৰিৱৰ্ত্তন। |
| ডাইনাপালী | : | বাকী আকো নাই হা ওজা। কি দিন হ’ল। আমাৰ পিতাই |
| কৈছিল। পিতাহতে পিতাকক পিতা নুবুলিছিল। | ||
| ওজা | : | কি বুলিছিল তেনেহলে? |
| ডাইনাপালী | : | বাপা। চলিহাতে পিতাকক বুলিছিল বাপা |
| ওজা | : | আৰু বাপেকে |
| ডাইনাপালী | : | চলিক বুলিছিল আপা, ডাঙৰ আপা, সৰু আপা। |
| ওজা | : | তাৰ পিছত |
| ডাইনাপালী | : | স্বাধীন হবাৰ সময়ত বাপাটু মহাত্মা গান্ধী নি উকাৰ |
| দাল লাগে বাপু কৰিলে। | ||
| ওজা | : | তাৰ পিছত স্বাধীন হল। |
| ডাইনাপালী | : | বাপাটু গেল পিতা হ’ল। অসমত ভাষা আন্দোলন হ’ল |
| ভালেকেতা ডেকা ল’ৰা মৰিল। তেওঁলোকৰ কষ্টই কাম | ||
| দিলে। বৰ যত্ন কৰি তেওঁলোকে দেউতাটো আনিলে। | ||
| সুখী-দুখী সদাগৰ সকলোৱে দেউতা ব্যৱহাৰ কৰিলে। | ||
| ওজা | : | দেউতা চলিয়েই আছে। |
| ডাইনাপালী | : | ১৯৭৯/৮০ চনত বাপা গোটেই অসম জুৰি ইমুৰৰ পৰা |
| সিমুৰলৈ ছাত্ৰ আন্দোলন। দুখৰ বিষয় আঠশ পস্পন্নজন | ||
| ছাত্ৰ শ্বহীদ হ'ল। | ||
| ওজা | : | তুমি কান্দ কিয়। |
| ডাইনাপালী | : | নাকান্দিবা। ছয় বছৰ আন্দোলনত কিমান ল'ৰা-ছোৱালীৰ |
| জীৱন ধ্বংস হ’ল। তথাপি ৰাখিব নোৱাৰিলে শ্বহীদৰ |
হাহিৰ টোপোলা- ৩১