পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডাইনাপালী : থাকিব, নমৰা দিনক লাগি বাচি থাকিব। ওজা : পঢ়া-শুনাত কেনে হ’ব ডাইনাপালী : গণনা মতে দেখা যায় বাপেকৰ টকাৰ যোৰত ফেল কৰি ১ নম্বৰ হ’ব। ভাল চাকৰী কৰিব ধৰাত পৰি জেলত থাকিব। ওজা : পিতৃ-মাতৃৰ প্ৰতি ভক্তি কেনে হ’ব? ডাইনাপালী : বৰ ভাল দেখা যায়। ল’ৰাৰ বিয়াৰ পিছত মাক-বাপেকক বৃদ্ধ আশ্ৰমত থব। ওজা

নালাগে গণনা কৰিব, আপুনি উঠক। ডাইনাপালী : বেয়া পালাক উচিত কথা কলে বেয়া পাই আৰু শুনক ল’ৰাৰ বিয়াৰ কাৰণে মাক-দেউতাকে কষ্ট কৰি নালাগে। আগে আপী আনি ঘৰ সুমাব। মই উঠিলু দিয়ক।

      • *** ***

অঙ্গঘাটি স্কুল ওজা ডাইনাপালীঃ

এই ল’ৰা-ছোৱালী কেইটাৰ ইমান গন্দোগল।

হবোৱে ইগলা চোব অঙ্গঘাটি ইচকুলত পঢ়া চলি, এহেতে কাৰো কথা নুশুনে? ওজা

কি স্কুলত পঢ়া?

ডাইনাপালীঃ অঙ্গঘাটি ওজা 8 কত পাইছা অঙ্গঘাটি স্কুল। ডাইনাপালী : আজিকালি গাৱে গাৱে হৈছি। খানা খ ইচকুল এখান হাহিৰ টোপোলা- ২৯