পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হাই পেচাপ ওজা 8 তেনেহলে মাহী ডাক্তৰৰ তাতে গৈছিল? ডাইনাপালীঃ গেচলু দে আই T ওজা

কি কলাক ডাক্তৰে Y ডাইনাপালী: আগে বৈভা দিলাক T ওজা

আপোনাৰ কি হৈছে? ডাইনাপালী : সেতু জাইনলি আপোনাৰ তাকে আহু না। বাৰু কি অসুবিধা পাইছে আপুনি? 1 ওজা

ডাইনাপালী : মোৰ গাতুত বল নাই। মাঠাতু ঘুৰে, পেটটু পুৰে, হাত ভৰি জিন জিন কৰে। খাই উঠাৰ পিছত ভখ মুথে নালাগে। মই চাও আপুনি বিচনাখনত শুই দিয়ক? হাতখন ভালকে দিয়ক। ওজা ডাইনাপালী : পাচে মোক ডাক্তৰে পাম দি চালাক। ওজা

আপোনাৰ হাই প্ৰেচাৰ হৈছে? ডাইনাপালী : হৈ দক ডাক্তৰ বাবু কেইদিন মানৰ পৰা মই অনুমান কৈচু মোৰ পেচাপে হৈছি। পিচে ডাক্তৰ বাবু পেচাপটু আগৰ দৰে নাই ইটা পেচাপটু পাইনা হৈছি। ওজা

তাকে পেচাপ নকৈ প্ৰেচাৰ বুলি কই। পাচে ঔষধ পাতি

কিবা দিলে নে নাই? ডাইনাপালী : দিচি ৰ মই কওৰচুন। ওজা

এই পিল কেইটা লক আপুনি? মিলৰ পিছত দিনে দুবাৰ খাব লাগিব। ঔষধখিনি শেষ হলে আকৌ আহিব। হাহিৰ টোপোলা- ২২ V ✓