পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডাইনাপালীঃ কি কথা কবা আইচ হা, মই তোমাৰ ছাগালে দেখা নাই? কেইতে মই তুমাৰ ছাগাল খৰা কৰিলুহা। হাল ব মানহু খং তুলিবা নাহিবা? পাঠা লৈ য যি কৰা কৰানি?

নালগেদা মৰমতে দিছু মই।

ওজা ডাইনাপালীঃ কথা বৈয়া হ’ব কৈছু। মিচা মিচি বদনাম নেইদবা? তোমাৰ ছাগাল মই দেখাএ নাই। কুনি কবা পাৰে তুমাৰ পাঠা মই খৰা কইছু বুলি। ওজা ঃ বাপাহাৰে হাল মেলি যতে ঘৰক লৈ যাবা। ডাইনাপালী ঃ ঐ বুৰী বাৰে বাৰে আকেতা কথা, দেচুনতে তোকে দুই কুব বহং। ওজা

আইয়ো আইয়ো মোক মাৰা কিয়? আজি বিচাৰ হ’ব

গাওঁবুঢ়াৰ ঘৰক লৈ যাম। ডাইনাপালী: ওজা ও গাওঁবুঢ়া ঘৰত আছে আমাক আখান বিচাৰ কৰি দেক। মই হাল বাই আছু জাইনচি। এই বুৰী এই পাঠাতো মোৰ কাষক আইচি। মই বুলে পাঠাটু খৰা কৈলু। মিচা বদনাম কিয় দিব মোক বিচাৰ কৰি দেক।

মৰমতে মই পাঠাতু খাবা দিলু বুলি আৰু কিহৰ মচলা

আলু কিনবা পইচা দি লাগে হা। তুমালোকে কি ধেমালি পাইছা। মোৰ তিৰি, মোৰ কথা লাগিছে তিৰীৰ লগত মোৰ নিজৰ কথা৷ মই ভাত নাখাও খুছিছো নাখাও কিহৰ পাঠা খুৱাবা আহা। পাঠা নহয় খাহী আহিলেও নাখাও খুজিছো ভাত নাখাও। ডাইনাপালীঃ হাহিৰ টোপোলা- ২১