পৃষ্ঠা:হাহিৰ টোপোলা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

না তল গেছিল? ভাহি আছিল। ৰাম কুন আছিল। অযোধ্যাৰ ৰজা। . • ঃ মইয়ো এই দেশৰ ৰজা সেই কাৰণে কৈছো ৰাম ৰজাই সাগৰত শিল ভাহে থৈছিল। আপুনিও ৰজা চৈৰাৰ পানীত এটা নাউমান শিল ভাহাবা নৈলাক। সেই কাৰণে কৈছো ইও এক সিও এক। ৰামো ৰজা, আপুনিয়ো ৰজা৷

      • *** ***

তিনি কালা

হেৰা হালুৱৈ মোৰ ছাগলী পালটো এইফালে গৈছে

নেকি? দেখিচেনা? অ’ এই চাৰিবিঘা মোৰ নিজৰ মাটি আৰু দক্ষিণে এই তিনি বিঘা বন্ধকি ৰাখা। ও ছাগলী কেইটা দক্ষিণফালে গৈছে? পাৰা খেনি কৰিম দে।

অ’বাপা হাউলে তুমি মোৰবৰ উপকাৰ কৰিলা? তোমাৰ

কথা মতে ছাগলী কেইটা দক্ষিণফালে পালো৷ এই খৰা পাঠাটু তুমি খাবা। হাহিৰ টোপোলা- ২০ ওজা

ডাইনাপালী : ওজা

ডাইনাপালীঃ আপুনি ওজা ডাইনাপালীঃ ওজা ডাইনাপালীঃ ওজা ডাইনাপালীঃ ওজা