পৃষ্ঠা:হাহিৰ টোপোলা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডাইনাপালীঃ কি গুণ আছে শিলটো এই শিলটো পানীত ভাহে। ওজা

অসম্ভৱ, শিল পানীত নাভাহে। ডাইনাপালীঃ ভাহে। ওজা

যদি নাভাহে ডাইনাপালীঃ নাভাইলিও ভাইভো। ওজা ঃ মই এতিয়াই প্ৰমাণ চাম। ঐ কোন আচা, এক চৰীয়া পানী লৈ আহা। এইয়া এক চৰীয়া পানী। দেও শিলটু পানীত ফেলে দেওক। ডাইনাপালী : ওজা

চাব এইয়া মই শিল পানীত পেলাই দিলো। কি হ’ল, শিল দেখো পানীৰ তলত পৰিল। ডাইনাপালী : ইয়ো এক সিও এক। ওজা

কিয় কৈছে আপুনি মোক ইয়ো এক সিও এক। কালি আপুনি মোক কিয় কৈছিল ডাইনাপালী : ওজা

মই কোৱাৰ অৰ্থ আছে। ডাইনাপালী : মোৰো আছে। ওজা 8 শুনক ব্ৰাহ্মণ মই কিয় কৈছিলো। অগস্তী মুনি ব্ৰাহ্মণ আছিল। অগস্তী মুনি সাত সাগৰৰ পানী গন্দুস কৰি খাই পেলাইছিল। আপুনিয়ো ব্ৰাহ্মণ, এক আঠু পানীৰ পৰা গামোচাখন আনিব নোৱাৰিলে। ইও এক মানে অগস্তিয়ে ব্ৰাহ্মণ সিও এক মানে আপুনিয়ো ব্ৰাহ্মণ। ডাইনাপালী : মইয়ো সেই কাৰণে কৈছো। সিতা উদ্ধাৰৰ কাৰণে ৰামে শিলেদি সাকো বান্ধিছিল। শিল বিলাক ভাহি আছিল হাহিৰ টোপোলা- ১৯