পৃষ্ঠা:হাহিৰ টোপোলা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

। ডাইনাপালী : তুমি বুজা নাই, আমাৰ আতাই মোক কি কৈছিল জানা, বুলে বাপু মই তোৰ বিয়াক লাগি নাথকু, তোৰ বিয়া চাবা নাপাও। পাচে বাপু মই বাচি থাকোতে এটা বুদ্ধি দেউ দে! ওজা 8 মৰাৰ আগতে আইতে বুদ্ধি দিলাক। ডাইনাপালী ঃ দিলাক, মোক কলাক বাপু আপী চাবা গেলি তই আপীৰ ৰূপ নাচাবি। আপীতু কানা হক, কুজা হক, আখান ভৰি খৰা হ’ক, এগলা আকৌ আপত্তি নকেইৰবি। , ওজা

কানা, কুজা, খৰা একো চাব নালাগে, তেনেহ'লে কি

চাব লাগিব। ডাইনাপালীঃ নাকতু, নাকতু যদি দীঘল হৱে সিননাই আপীক বাইনা দে। ওজা

বাৰু ডাইনাপালী নাক দীঘল তিৰীৰ কিবা কাহিনী তুমি

জানা। জানো। ডাইনাপালীঃ ওজা

বাৰু কোৱাচোন?

| ডাইনাপালীঃ একযোৰা বামুন বামুননী আছিল। সেহাতৰ অৱস্থা বৰ বেয়া। আকদিন বামনেনী বামুনক কলাক বুলে শুনছিনা। কি হ'ল। ওজা : ৷ ডাইনাপালী : ওজা এঙ্কে কি বহি থাকে৷ আমাৰ ৰজা বুলে বৰ দয়ালু। ৰজাৰ তাকে গেলি কিজেনি অলপ পইচা চইছা দিলাকে হৈ।

যাবা পাৰু ৰ। পাছে এটা অসুবিধা মানে বামুন মানুহে

তিনিখন কাপোৰ গাত নহলে খোজ কাঢ়িব নাপাই। হাহিৰ টোপোলা- ১৫