পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰাহ্মণৰ লক্ষণ ওজা

ডাইনাপালী তুমি ব্ৰাহ্মণ চিনি পোৱা

ডাইনাপালীঃ সদায় বামুনৰ লগত পূজা গাই ফুৰু মই, বামুন চিনি নাপাও? বাৰু যদি চিনি পোৱা বামুনৰ গুণ কেইটা কোৱাচোন। ওজা : ডাইনাপালী : নক কিয়? ওজা

তুমি বোলে জানা হা।

ডাইনাপালীঃজাইনলু বুলি কম না। ওজা ঃ তাৰ মানে নাজানা। ডাইনাপালী : জানু নকও। ওজা

মই কও শুনা ব্ৰাহ্মণৰ লক্ষণ পাঁচটা। তিলকং যজ্ঞসূত্ৰচ্য,

ত্ৰিসন্ধ্যা হৰিপুজনম, শিক্ষাগন্থি সমে যুক্তা পঞ্চ লক্ষনম ব্ৰাহ্মণ। ডাইনাপালীঃ তোমাতকে মই আগে জানু। ওজা

জানা যদি অৰ্থ কৰি দে। ডাইনাপালী : নেদ কিয়া ওজা

তিলকং যজ্ঞসূত্ৰঞ্চ কপালট টিলকৰ ফোটা, গাত যজ্ঞসূত্ৰ

মানে নগুণ, ত্ৰিসন্ধ্যা হৰি পূজনম্ মানে দিনটোত তিনিবাৰ সন্ধ্যা পূজা কৰে৷ ডাইনাপালীঃ বাকীখিনি মোৰ লগত মিলিছে দা। ওজা 8 দেচোন তোমাৰ মতে কছোন শুনু। ডাইনাপালী : মই অসমীয়াত কম। ওজা ছাহিৰ টোপোলা- ১০